ETV Bharat / state

টিংখাঙৰ কণ্টেইনমেণ্ট জ’নত খাদ্য সামগ্ৰী যোগান - Food relief distributed at na-khat gaon containment zone

কিছুদিন পূৰ্বে ডিব্ৰুগড়ৰ গাঁৱখনত বহুজনৰ দেহত ক'ভিড চিনাক্ত হোৱাৰ পিছতে প্ৰশাসনে কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিছিল গাঁওখন ৷ শুকুৰবাৰে গাঁওখনত খাদ্য সামগ্ৰীৰ লগতে প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰে আহোম জাতীয় গণমঞ্চ লেঙেৰী আঞ্চলিক সমিতি,লেঙেৰী আঞ্চলিক ছাত্ৰ সন্থা আৰু লেঙেৰী আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ।

Food relief distributed at na-khat gaon containment zone
টিংখাঙৰ কণ্টেইনমেণ্ট জ’নত খাদ্য সামগ্ৰী যোগান
author img

By

Published : May 14, 2021, 10:13 PM IST

টিংখাং, 14 মে': ৰাজ্যত এতিয়া ক'ভিডৰ ভয়ংকৰ সংক্ৰমণ ৷ সম্প্ৰতি ৰাজ্যৰ ন-ন অঞ্চলত ক'ভিড-19 মহামাৰীৰ সংক্ৰমণ হৈছে । সংক্ৰমণ ৰোধৰ উপায় হিচাপে বহু অঞ্চল কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিছে প্ৰশাসনে ৷ কিছুদিন পূৰ্বে ডিব্ৰুগড়ৰ টিংখাঙৰ লেঙেৰী ন-খাট গাঁৱত ক'ভিড চিনাক্ত হোৱাৰ পিছতে প্ৰশাসনে কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিছিল গাঁওখন ৷ শেহতীয়াকৈ ন-খাটত খাদ্য সামগ্ৰীৰ লগতে প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰিছে আহোম জাতীয় গণমঞ্চ লেঙেৰী আঞ্চলিক সমিতি,লেঙেৰী আঞ্চলিক ছাত্ৰ সন্থা আৰু লেঙেৰী আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ।

Food relief distributed at na-khat gaon containment zone
টিংখাঙৰ কণ্টেইনমেণ্ট জ’নত খাদ্য সামগ্ৰী যোগান

কণ্টেইনমেণ্ট জ'নলৈ পৰিণত হোৱা গাঁৱখনৰ লোকসকলৰ পৰা যাতে কাষৰীয়া গাঁৱসমূহলৈ মহামাৰীৰ সংক্ৰমণ ঘটিব নোৱাৰে সেইক্ষেত্ৰত বামুনবাৰী আৰক্ষী চকী লেঙেৰী,চাউদাং, চাংমাই, লাহোৱাল, উজনি নামদাং, গৰুহৰা, নলনী চমুৱা, ন-খাট আদি অঞ্চলৰ গাঁৱৰক্ষী বাহিনীয়ে বিশেষ গুৰুত্ব আৰোপ কৰিছে ৷

লগতে পঢ়কঃ কৰ'ণাৰ হটস্পতলৈ পৰিণত অভয়াপুৰী জিলা কাৰাগাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.