ETV Bharat / state

ভয়ংকৰ ৰূপ লোৱাৰ দিশে বুঢ়ীদিহিং নদীৰ খহনীয়া - মৰাণ ৰাজহ চক্ৰ

মৰাণ ৰাজহ চক্ৰৰ অন্তৰ্গত লেঙেৰী মৌজাৰ ২ নং ভৰালীবাৰী কলিতা গাঁৱত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বুঢ়ীদিহিং নদীৰ খহনীয়াই ৷ ইতিমধ্যে গাঁওখনৰ প্ৰায় ২০০০ হেক্টৰ কৃষি ভূমি বিলীন হৈছে নৈৰ বুকুত ৷ সমান্তৰালভাৱে গাঁওখনত বসবাস কৰা ৭৫ টা পৰিয়াললৈ খহনীয়াই কঢ়িয়াই আহিছে অশনি সংকেত ৷

Erosion of Burhidihing river in Moran dibrugarh assam etv bharat news
খহনীয়াৰ তাণ্ডৱ ৰূপ
author img

By

Published : Nov 4, 2020, 8:59 PM IST

মৰাণ,4 নৱেম্বৰ: বান আৰু খহনীয়াৰ সমস্যা সমাধানৰ ক্ষেত্ৰত সম্পূৰ্ণকৈ ব্যৰ্থ হৈছে পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰ ৷ অন্যান্য প্ৰান্তৰ লেখীয়াকৈ ডিব্ৰুগড় জিলাতো খহনীয়াই ধাৰণ কৰিছে ভয়ংকৰ ৰূপ ৷ যাৰ ফলত নৈৰ বুকুত বিলীন হৈছে বহু পৰিয়াল ৷ ইয়াৰ পিছতো খহনীয়া ৰোধৰ বাবে বিজ্ঞানসন্মত বিশেষ ব্যৱস্থা গ্ৰহণ নকৰিলে চৰকাৰে ৷

Erosion of Burhidihing river in Moran dibrugarh assam etv bharat news
খহনীয়াৰ তাণ্ডৱ ৰূপ

মৰাণ ৰাজহ চক্ৰৰ অন্তৰ্গত লেঙেৰী মৌজাৰ ২ নং ভৰালীবাৰী কলিতা গাঁৱত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বুঢ়ীদিহিং নদীৰ খহনীয়াই ৷ ইতিমধ্যে গাঁওখনৰ প্ৰায় ২০০০ হেক্টৰ কৃষি ভূমি বিলীন হৈছে নৈৰ বুকুত ৷ সমান্তৰালভাৱে গাঁওখনত বসবাস কৰা ৭৫ টা পৰিয়াললৈ খহনীয়াই কঢ়িয়াই আহিছে অশনি সংকেত ৷ ইতিমধ্যে খহনীয়াৰ বাবে বহু পৰিয়ালে ঘৰৰ ভেঁটি স্থানান্তৰিত কৰিবলগীয়া হৈছে ৷ সম্প্ৰতি আতংকিত ৰাইজে খহনীয়া ৰোধ কৰিবলৈ জিলা উপায়ুক্তক দাবী জনাইছে ৷

লগতে চাওকঃ ধুবুৰীত অসম জাতীয় পৰিষদৰ যোগদান সভা সম্পন্ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.