ETV Bharat / state

ৰাজপথত অগ্নিশৰ্মা গজৰাজ - ৰাজপথত অগ্নিশৰ্মা গজৰাজ

মেডেলা সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহা এটা বনৰীয়া হাতীয়ে সন্ত্ৰাস চলাই ৰাজপথত ৷ দিনৰ ভাগতে সন্ত্ৰাস চলোৱাত ভীতিগ্ৰস্ত হৈ পৰে ৰাইজ ৷

ৰাজপথত অগ্নিশৰ্মা গজৰাজ
ৰাজপথত অগ্নিশৰ্মা গজৰাজ
author img

By

Published : Feb 19, 2020, 8:27 AM IST

ডিব্ৰুগড়,19 ফোব্ৰুৱাৰীঃ ৰাজপথত বন্যহস্তীৰ সন্ত্ৰাস ৷ চাৰিওফালে পথাচাৰী,যান বাহনৰ আহ চলি থকাৰ মাজতে ডিব্ৰুগড়ৰ ৰাজপথত তাণ্ডৱ এটা বনৰীয়া হাতীৰ ৷ ডিব্ৰুগড়ৰ মেডেলা সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহা এটা হাতীয়ে গৰুধৰীয়াত মুক্ত বিচৰণ কৰাত আতংকিত হয় গঞাক। বছৰ বছৰ ধৰি মেডেলা সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীয়ে সন্ত্ৰাস চলাই আহিছিল অঞ্চলটোত । ইতিমধ্যে কেইবাজনো লোকক আক্ৰমণ কৰাৰ লগতে কোবাজনো লোকৰ মৃত্যুও হৈছিল হাতীৰ আক্ৰমণত। বন্যহস্তীয়ে বানবিধস্ত অঞ্চলটোত বহু লোকৰ ঘৰ বাৰী,খেতিপথাৰ অনিষ্ট কৰি আহিছে প্ৰায়েই। মঙলবাৰে পুৱাৰ ভাগত মেডেলা সংৰক্ষিত বনাঞ্চলত থকা প্ৰায় এশজনীয়া হাতীৰ জাকটোৰ পৰা ওলাই অহা এটা হাতীয়ে গ্ৰামাঞ্চলত বিচৰণ কৰি আতংক সৃষ্টি কৰিছে। ইপিনে বনবিভাগে হাতীটোক বনাঞ্চললৈ ঘুৰাই পঠোৱাৰ ক্ষেত্ৰত ভূমিকা গ্ৰহণ নকৰাৰ অভিযোগ ৷

লগতে চাওকঃ

ইটিভি ভাৰতলৈ দক্ষিণ এছিয়া ডিজিটেল মিডিয়াৰ সৰ্বশ্ৰেষ্ঠ ডিজিটেল নিউজ ষ্টাৰ্ট আপ বঁটা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.