ETV Bharat / state

নলা-নৰ্দমা নিৰ্মাণৰ আধাৰশিলা উন্মোচন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ - ডিব্ৰুগড় চহৰৰ নলা-নৰ্দমা নিৰ্মাণৰ আধাৰশিলা উন্মোচন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ

চলিত বৰ্ষত ঐতিহ্যমণ্ডিত ডিব্ৰুগড় চহৰখন ভয়াবহ কৃত্ৰিম বানৰ কৱলত পৰিছিল ৷ শুকুৰবাৰে ডিব্ৰুগড় থানা চাৰিআলি আৰ কে বি পথৰ পৰা বগা বাবা মাঝাৰ সমীপলৈকে পথৰ দুই দাঁতিত আধুনিক পদ্ধতিৰে নিৰ্মাণ হ'বলগীয়া পদপথৰ লগতে নলা নিৰ্মাণৰ কামৰ আধাৰশিলা স্থাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৷

dibrugarh town footpath foundation stone by central minister rameshwar teli
ডিব্ৰুগড় চহৰৰ নলা-নৰ্দমা নিৰ্মাণৰ আধাৰশিলা উন্মোচন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ
author img

By

Published : Aug 29, 2020, 12:31 PM IST

ডিব্ৰুগড়, 29 আগষ্টঃ 185 বছৰ পুৰণি ঐতিহাসিক ডিব্ৰুগড় চহৰৰ থানা চাৰিআলি পৰা বগা বাবা মাঝাৰ লৈ পদ পথ আৰু নলাৰ নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু বিধায়ক প্ৰশান্ত ফুকনে ।

ডিব্ৰুগড় চহৰৰ নলা-নৰ্দমা নিৰ্মাণৰ আধাৰশিলা উন্মোচন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ

শেহতীয়াকৈ ঐতিহ্যমণ্ডিত ডিব্ৰুগড় চহৰখন ভয়াবহ কৃত্ৰিম বানৰ কৱলত পৰিছিল । ইয়াৰ পৰা মুক্ত কৰাৰ লগতে সৌন্দৰ্য বৰ্ধনৰ দিশত গুৰুত্ব প্ৰদান কৰি শুকুৰবাৰে ডিব্ৰুগড় থানা চাৰিআলি আৰ কে বি পথৰ পৰা বগা বাবা মাঝাৰ সমীপলৈকে পথৰ দুই দাঁতিত আধুনিক পদ্ধতিৰে নিৰ্মাণ হ'বলগীয়া পদপথৰ লগতে নলা নিৰ্মাণৰ কামৰ আধাৰশিলা স্থাপন কৰে । নগৰ আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ পৰা ইতিমধ্যে ৰাজ্য চৰকাৰে এই কামৰ বাবে মুকলি কৰি দিছে ১২ কোটি টকা । সুন্দৰভাৱে দুয়োপাৰে ৰেলিং আৰু ৰঙীন ব্লক বহুৱাই নিৰ্মাণ কৰা হ'ব এই নলাসমূহৰ ওপৰৰ পদ পথ ।

লগতে পঢ়কঃ কলগাছিয়াৰ খাৰবাল্লীত বিদ্যুৎস্পৃষ্ট হৈ এগৰাকীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.