ETV Bharat / state

প্ৰয়াত সাংবাদিক পৰাগ ভূঞাক শ্ৰদ্ধাঞ্জলি জনালে মাহমৰা প্ৰেছ ক্লাৱে - পৰাগ ভূঞা

শনিবাৰে প্ৰয়াত সাংবাদিক পৰাগ ভূঞাক বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন মাহমৰা প্ৰেছ ক্লাৱৰ ৷ সাংবাদিক গৰাকীৰ ৰহস্যজনক মৃত্যুৰ উচিত তদন্ত কৰি দোষীক শাস্তি প্ৰদানৰ দাবী জনায় এই ক্লাৱটোৱে ৷

mahmora press club
মাহমৰা প্ৰেছ ক্লাৱ
author img

By

Published : Nov 15, 2020, 4:41 PM IST

মৰাণ,15 নৱেম্বৰ : তিনিচুকীয়াৰ কাকপথাৰৰ সাংবাদিক পৰাগ ভূঞাৰ মৃত্যুত শনিবাৰে সন্ধিয়া বন্তি প্ৰজ্বলনেৰে গভীৰ শোক প্ৰকাশ কৰে ডিব্ৰুগড়ৰ মাহমৰা প্ৰেছ ক্লাৱে ৷ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থকা সকলোৱে সাংবাদিক গৰাকীৰ ৰহস্যজনক মৃত্যুৰ উচিত তদন্ত কৰি দোষীক শাস্তি প্ৰদানৰ দাবী জনায় ৷

mahmora press club
মাহমৰা প্ৰেছ ক্লাৱ

এই অনুষ্ঠানত উপস্থিত থাকে ধেমাজি দিচাংপানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা মাহমৰা প্ৰেছ ক্লাৱৰ উপদেষ্টা পূৰ্ণানন্দ বৰুৱা, চৰাইদেউ জিলা সাহিত্য সভাৰ উপ-সভাপতি নিৰঞ্জন ফুকন, পলস নাট্যমঞ্চৰ সঞ্চালক দ্বিপেন কুমাৰ বৰুৱা, মাহমৰা প্ৰেছ ক্লাৱৰ ভাৰপ্ৰাপ্ত সভাপতি সঞ্জয় নেৱাৰ, কাৰ্যকৰী সভাপতি বুলবুল বৰুৱা, কাৰ্য নিৰ্বাহক সদস্য জ্যোতিপ্ৰসাদ চাবুকধৰা, সঞ্জীৱ বৰা আৰু গাৰ্গী বৰুৱাকে ধৰি বহু গণ্য-মান্য ব্যক্তি ৷

লগতে পঢ়ক : নগাঁৱত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সমদল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.