ETV Bharat / state

লক ডাউন : ছুপাৰ হিৰ'ৰ ৰূপত ডিব্ৰুগড়ৰ উপায়ুক্ত পল্লৱ গোপালা ঝা - Dibrugarh Dc Pallav gopala jha in on duty in this crisis time

আৰক্ষী অধীক্ষক শ্ৰীজিত টি আৰু এটা আৰক্ষীৰ দলসহ মঙলবাৰৰ পৰা বৰ্তমানৰলৈ কাণ্ড-জ্ঞানহীন একাংশৰ বিৰুদ্ধে অভিযানত নামি পৰে উপায়ুক্ত পল্লৱ গোপালা ঝা।

ডিব্ৰুগড়
ডিব্ৰুগড়
author img

By

Published : Mar 25, 2020, 8:13 PM IST

Updated : Mar 25, 2020, 9:01 PM IST

ডিব্ৰুগড়, 25 মাৰ্চঃ সচেতনতাৰ অভাৱত তলাবন্ধৰ সময়চোৱাত প্ৰশাসন, স্বাস্থ্য বিভাগক গুৰুত্বহীন কৰাতো বাদেই, মাৰাত্মক কৰ'ণাৰ প্ৰতিও ভূক্ষেপ নাই একাংশৰ ৷ এইসকল কাণ্ড জ্ঞানহীন লোকক নাকী লগোৱাৰ উদ্দেশ্যে থিয় দিছে ডিব্ৰুগড়ৰ উপায়ুক্ত পল্লৱ গোপালা ঝা ৷

ডিব্ৰুগড়

লকডাউনৰ মাজতে জিলাখনত বাটে পথে ঘূৰি ফুৰা সকলক নাকি লগাবলৈ নিজে ৰাজপথলৈ ওলাই আহিছে ডিব্ৰুগড়ৰ উপায়ুক্তগৰাকী । আৰক্ষী অধীক্ষক শ্ৰীজিত টি আৰু এটা আৰক্ষীৰ দলসহ মঙলবাৰৰ পৰা বৰ্তমানৰলৈ কাণ্ড-জ্ঞানহীন একাংশৰ অভিযানত নামি পৰে উপায়ুক্ত পল্লৱ গোপালা ঝা । অনাহকতে ঘূৰি ফুৰি ন্যায়িক আদেশ নমনাসকলক দমন কৰাৰ বিপৰীতে এই অভিযান কালত অত্যন্তকামত ওলাই অহা সকলকো সহায় কৰা দেখা যায় উপায়ুক্তগৰাকীয়ে ।

সমগ্ৰ বিশ্বই কৰ'ণাৰ সৈতে যুঁজ দি থকা সময়তে, নিজৰ প্ৰাণকো তুচ্ছ জ্ঞান কৰি কৰ্তব্যত এইদৰে নামি পৰা উপায়ুক্ত পল্লৱ গোপালা ঝাই এতিয়া ছ'চিয়েল মিডিয়াতো সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷

লগতে পঢ়কঃ বিনামূলীয়া ৰেচন যোগান ধৰা হব BTC ৰ 5,50,000 পৰিয়ালক : হাগ্ৰামা মহিলাৰী

Last Updated : Mar 25, 2020, 9:01 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.