ETV Bharat / state

ডিব্ৰুগড়ৰ উপায়ুক্তৰ নাহৰকটীয়া কোৱাৰেন্টাইন চেন্টাৰ পৰিদৰ্শন - Dibrugarh DC visits Naharkatia quarantine center

ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই শনিবাৰে জিলাখনৰ নাহৰকটীয়া ৰাজহ চক্ৰৰ অধীনৰ নাহৰকটীয়া মহাবিদ্যালয়ত বহিঃৰাজ্যৰ পৰা গৃহভূমি ডিব্ৰুগড়লৈ ঘূৰি অহা লোকৰ বাবে জিলা প্ৰশাসনে স্থাপন কৰা কোৱাৰেণ্টাইন কেন্দ্ৰটো পৰিদৰ্শন কৰে ৷

ডিব্ৰুগড়ৰ উপায়ুক্তৰ নাহৰকটীয়া কোৱাৰেন্টাইন চেন্টাৰ পৰিদৰ্শন

author img

By

Published : May 30, 2020, 10:51 AM IST

ডিব্ৰুগড়, 30 মে': ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই শনিবাৰে পৰিদৰ্শন কৰে নাহৰকটীয়া মহাবিদ্যালয়ত স্থাপন কৰা পৰিদৰ্শন কেন্দ্ৰটো । নাহৰকটীয়া ৰাজহ চক্ৰৰ অধীনৰ এই কোৱাৰেন্টাইন কেন্দ্ৰটো স্থাপন কৰা হৈছে বহিঃৰাজ্যৰ পৰা গৃহভূমি ডিব্ৰুগড়লৈ ঘূৰি অহা লোকসকলক কোৱাৰেন্টাইন কৰিবৰ বাবে ।

নাহৰকটীয়া কোৱাৰেন্টাইন চেন্টাৰ
নাহৰকটীয়া কোৱাৰেন্টাইন চেন্টাৰ
ডিব্ৰুগড়ৰ উপায়ুক্ত
ডিব্ৰুগড়ৰ উপায়ুক্ত

উপায়ুক্ত গৰাকীৰ লগত উপস্থিত থাকে নাহৰকটীয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া বিক্ৰম ছেত্ৰী । দুয়োৱে পৰিদৰ্শনকালত কোৱাৰেণ্টাইন কেন্দ্ৰটোৰ দায়িত্বত থকা মহাবিদ্যালয়খনৰ অধ্যক্ষ আৰু তাত থকা লোকসকলৰ সৈতে মত বিনিময় কৰে ।

ডিব্ৰুগড়ৰ উপায়ুক্তৰ নাহৰকটীয়া কোৱাৰেন্টাইন চেন্টাৰ পৰিদৰ্শন
ডিব্ৰুগড়ৰ উপায়ুক্তৰ নাহৰকটীয়া কোৱাৰেন্টাইন চেন্টাৰ পৰিদৰ্শন

সম্প্ৰতি কেন্দ্ৰটোত 2 গৰাকী মহিলা সহ 41 গৰাকী বহিঃ ৰাজ্যৰ পৰা অহা লোক আছে । কেন্দ্ৰটোৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা, সুৰক্ষা ব্যৱস্থা, খাদ্য যোগান ব্যৱস্থাপনা আদিৰো উপায়ুক্তগৰাকীয়ে বুজ লয় ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.