ETV Bharat / state

ডিব্ৰুগড়ত আছু কৰ্মীয়ে লণ্ড-ভণ্ড কৰিলে অগপৰ কাৰ্যালয়

সমদল বাহিৰ কৰি দেখুৱাক জিভা কাটি দিম।  উজনিত কেবৰ সমৰ্থনত দম্ভালি মাৰিলে খুউব পিটিম, এয়া অসমীয়াৰ ঠাই ইয়াত নাগপুৰীয়াই ৰেলী কৰিব নোৱাৰিব

author img

By

Published : Dec 8, 2019, 7:55 PM IST

ডিব্ৰুগড়
আছুই লণ্ডভণ্ড কৰিলে অসম গণ পৰিষদৰ কাৰ্যালয়

ডিব্ৰুগড়, 8 ডিচেম্বৰ: এইবাৰ আছুৰ টাৰ্গেট অসম গণ পৰিষদ। দেওবাৰে বিধেয়কৰ প্ৰতিবাদত ওলাই অহা ডিব্ৰুগড় আছুৰ সদস্যই জিলাখনৰ অগপ কাৰ্যালয়ত দলীয় সভা চলি থকা অৱস্থাতে কাৰ্যালয়টোত প্ৰৱেশ কৰি কম্পিউটাৰ, চকী,তেবুল ভাঙি, নথি-পত্ৰ ফাৰি-চিৰি সকলো লণ্ড-ভণ্ড কৰে ৷ কাৰ্যালয়টোত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি আছু সদস্যই অগপৰ তৃণমূল কৰ্মীক অতুল বৰাৰ নেতৃত্বৰ দলটো ত্যাগ কৰি নিজৰ স্থিতি স্পষ্ট কৰিবলৈ সকীয়নি প্ৰদান কৰে ৷ ইয়াৰোপৰি জাতীয় স্বাৰ্থত কাম কৰিবলৈ হ'লে সদস্যসকলক অগপৰ পৰা ওলাই আহিবলৈ আহ্বান জনায়। ডিব্ৰুগড়ৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হৈ থকা সভাৰ সময়তে এনেদৰে কাৰ্যালয়ত উপস্থিত হৈ বিভিন্ন শ্ল'গানেৰে অগপৰ কাৰ্যালয় উত্তাল কৰে আছু আৰু টাই আহোম ছাত্র সন্থাই ৷

আছুই লণ্ডভণ্ড কৰিলে অসম গণ পৰিষদৰ কাৰ্যালয়

আনহাতে বিধেয়ক বাতিল সন্দৰ্ভত অগপ দলৰ বিষয়ববীয়া সকলে আলোচনাত মিলিত হোৱা সময়তে আছুই এনে ঘটনা সংঘটিত কৰাৰ লগতে কেইবাজনো অগপ সদস্যক আক্ৰমণ কৰা আছুৰ এই কাৰ্যক কঠোৰ ভাষাৰে গৰিহণা দিয়ে অগপৰ বিষয়ববীয়াই। পৰৱৰ্তী সময়ত আৰক্ষী আৰু অৰ্ধ- সামৰিক বাহিনী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷

উল্লেখ্য যে, কোনো সৰ্বভাৰতীয় ছাত্ৰ সংগঠনে কেবৰ সমৰ্থনত সমদল উলিওৱা বুলি খৱৰ পায় পৰৱৰ্তী সময়ত উক্ত কেব সমৰ্থনকাৰীক বিছাৰি সমগ্ৰ জিলা চলাথ কৰে আছু সদস্যই ৷ ইয়াৰোপৰি "সমদল বাহিৰ কৰি দেখুৱাক জিভা কাটি দিম, উজনিত কেবৰ সমৰ্থনত দম্ভালি মাৰিলে খুউব পিটিম, এয়া অসমীয়াৰ ঠাই ইয়াত নাগপুৰীয়াই ৰেলী কৰিব নোৱাৰিব" বুলি সাংবাদিকৰ আগত মন্তব্য কৰে আছু সদস্যই ৷

Intro:*Slug:-Dib AGP office Vandalised by AASU*

এইবাৰ আছুৰ টাৰ্গেট অসম গণ পৰিষদ। ডিব্ৰুগড়ত আছুৰ টাৰ্গেট অগপ।ভয়াবহ প্ৰতিবাদৰ সন্মুখীন অগপ।
ভাঙি দিলে আছুৱে সভাপতি অতুল বৰাৰ নেতৃত্বৰ অগপৰ কাৰ্যালয়।দলীয় নেতা কৰ্মীৰ সন্মূখতে ভাঙি লণ্ড-ভণ্ড অগপৰ ডিব্ৰুগড়ৰ কাৰ্য্যলায়।চূৰ্ণ- বিচূৰ্ণ অগপৰ ডিব্ৰুগড় জিলা সভাপতি অসম হাইড্ৰকাৰ্বনৰ উপাধক্ষ্য পুণাকণ বৰুৱা বহা চকী।টুকুৰা টুকুৰ কৰিলে কম্পিউটাৰ,দলীয় চকী তেবুল, থান বান নথি পত্ৰ।কাৰ্যলয় তেজেৰে ৰক্তাক্ত।দলীয় সভা চলি থকা অৱস্থাতে অগপৰ
কাৰ্যলয়ত সোমাই এই উত্তাল প্ৰতিবাদ আছুৰ ডিব্ৰুগড়ত, তৃণমূল কৰ্মীক সকীয়নি অতুল বৰাৰ নেতৃত্বৰ দল ত্যাগ কৰক নহলে নিজৰ স্থিতি স্পষ্ট কৰক। ৮৫৫জন শ্বহীদৰ কেচা তেজৰ বিনিময়ত গঠিত অসম গণ পৰিষদ এতিয়া জাতীয় দল নহয়।জাতি-মাটি -ভেটিৰ বাবে গা নলৰে AGPৰ। জাতীয় স্বাৰ্থত কাম কৰিবলৈ হলে AGPৰ পৰা উলাই আহিবলৈ আহ্বান আছুৰ।ডিব্ৰুগড় মুখ্য কাৰ্যলয়ত অনুষ্ঠিত হৈ থকা এক সভাৰ সময়তে এনেদৰে আছু আৰু টাই আহোম ছাত্র সন্হাই কাৰ্যলয়ত উপস্থিত হৈ বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে অগপৰ কাৰ্যলয়।

আনহাতে আছুৰ নেতৃত্বই অগপৰ কাৰ্যলয়ত হঠাৎ এনে আক্ৰমণ কৰা কাৰ্যক কঠোৰ ভাষাৰে গৰিহণা দিছে অগপৰ বিষয় ববীয়াই। নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল সন্দৰ্ভত ডিব্ৰুগড় বিষয় ববীয়া সকলে আলোচনাত মিলিত হোৱা সময়তে এনে কাৰ্য তথা দলীয় কাৰ্যলয়ৰ আচ-বাব লণ্ড-ভণ্ড আৰু কেইবাজনকো আক্ৰমণ কৰাত মৰ্মাহত হৈ পৰিছে অগপ।অৱশেষত আৰক্ষী আৰু অধসামৰিক বাহিনী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।
Byte:-AGP

ইফালে ইয়াৰ পাছতে শক্তি প্ৰদৰ্শন কৰি আছুৱে ডিব্ৰুগড়ৰ ৰাজপথত ওলাই যায়।কেবৰ সমৰ্থনত কোনো সৰ্বভাৰতীয় ছাত্ৰ সংগঠনে ৰেলী বাহিৰ কৰিব বুলি খবৰ পাইছিল,এই বাবেই এই ৰেলীৰ সমৰ্থকক বিচাৰি ডিব্ৰুগড় চলাথ কৰে আছুৱে আৰু প্ৰতিবাদী শ্লোগান দি সাংবাদিকক কয় ৰেলী বাহিৰ কৰি দেখুওৱাক,ভৰি ভাঙি দিম জিভা কাটি দিম।উজনিত কেবৰ সমৰ্থনত দম্ভালি মাৰি দেখুৱাওক খুউব পিটিম,এইয়া অসমীয়াৰ ঠাই ইয়াত নাগপুৰীয়াই ৰেল কৰিব নোৱাৰিব,অসমীয়াৰ দপদপনী থকা ডিব্ৰুগড়ত চাওঁ কেনেকৈ কোনে কেব সমৰ্থন কৰে।

Byte:আছু
Byte:সম্পাদক বিশ্ববিদ্যালয় ছাত্র একতা সভা
Byte:টাই আহোম ছাত্ৰ সন্থা।
Byte:আছু।Body:DoConclusion:Do

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.