ETV Bharat / state

ডিব্ৰুগড়ৰ জিলাৰ উপায়ুক্ত গৰাকীও আক্ৰন্ত হ’ল ক’ভিড-19ত

author img

By

Published : Oct 23, 2020, 10:00 PM IST

ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপালা ঝা আক্ৰান্ত হৈছে ক'ভিড-19ত ৷ অসম চিকিৎসা মহাবিদ্যালয় হস্পিতালত ভৰ্তি কৰোৱা হৈছে উপায়ুক্ত ঝাক ৷

dibrugarah dc covid-19 positive
ডিব্ৰুগড়ৰ জিলাৰ উপায়ুক্ত ক’ভিড-19 আক্ৰন্ত

ডিব্ৰুগড়,23অক্টোবৰঃ ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপালা ঝা ক'ভিড-19ত আক্ৰান্ত। সম্প্ৰতি উপায়ুক্ত গৰাকীক অসম চিকিৎসা মহাবিদ্যালয় হস্পিতালত ভৰ্তি কৰোৱা হৈছে ।

আনহাতে ডিব্ৰুগড় জিলাখনত মুঠ 13,995 গৰাকীলৈ বৃদ্ধি হৈছে আক্ৰান্তৰ সংখ্যা। জিলাখনত বৰ্তমানলৈকে 102 গৰাকী লোক ক’ভিড-19ত আক্ৰান্ত হৈ আঁকোৱালি লৈছে মৃত্যুক।

লগতে পঢ়কঃ অসমত বৃষ্টিপাতৰ সম্ভাৱনাঃ বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.