ETV Bharat / state

মধোটিং চাহ বাগিছাত উদ্ধাৰ মৃত নাহৰফুটুকী

author img

By

Published : Mar 6, 2020, 5:16 AM IST

দুলিয়াজানৰ নিকটৱৰ্তী মধোটিং চাহ বাগিছাত বৃহস্পতিবাৰে পুৱাৰ ভাগত উদ্ধাৰ কৰা হয় এটা মৃত নাহৰফুটুকী ৷ উল্লেখ্য যে, বাগিছাখনৰ ৩৯ আৰু ৪০ নং লাইনৰ মধ্যৱৰ্তী এলেকাত উদ্ধাৰ হোৱা নাহৰফুটুকীটো প্ৰত্যক্ষ কৰি বাগিছাখনৰ কৰ্মচাৰীয়ে খবৰ দিয়ে কতৃপক্ষক ৷

Dead leopard recovered ta Madhoting tea garden Naharkatiya
মধোটিং চাহ বাগিছাত উদ্ধাৰ মৃত নাহৰফুটুকী

নাহৰকটীয়া,5 মাৰ্চঃ দুলিয়াজানৰ নিকটৱৰ্তী মধোটিং চাহ বাগিছাত বৃহস্পতিবাৰে পুৱাৰ ভাগত উদ্ধাৰ কৰা হয় এটা মৃত নাহৰফুটুকী ৷ উল্লেখ্য যে, বাগিছাখনৰ ৩৯ আৰু ৪০ নং লাইনৰ মধ্যৱৰ্তী এলেকাত উদ্ধাৰ হোৱা নাহৰফুটুকীটো প্ৰত্যক্ষ কৰি বাগিছাখনৰ কৰ্মচাৰীয়ে খবৰ দিয়ে কতৃপক্ষক ৷ বাগিছা কতৃপক্ষই বনবিভাগক বিষয়টো অৱগত কৰাত দুলিয়াজান আৰক্ষীৰ লগতে বন বিভাগৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ চমজি লয় মৃত নাহৰফুটুকীটো ৷ অৱশ্যে এইপৰ্যন্ত নাহৰফুটুকীটোৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই যদিও খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা বন্যপ্ৰাণীৰ এনে অকস্মাৎ মৃত্যুক লৈ চিন্তিত হৈ পৰিছে প্ৰকৃতি প্ৰেমী সংগঠনসমূহ ৷

লগতে পঢ়ক-মৰিয়নীত ব্যৱসায়ীক প্ৰতিষ্ঠানৰ পৰা হেণ্ড গ্ৰেণেড সহ আটক যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.