ETV Bharat / state

কভিড ভেকচিন ল'বলৈ গ'লে বাধ্যতামূলক কভিড টেষ্ট - সংবাদ মেল

ভেকচিননেশ্যন প্ৰক্ৰিয়াত স্বাস্থ্য বিভাগৰ নতুন সিদ্ধান্ত ৷ ভেকচিন ল'বলৈ গ'লে বাধ্যতামূলক কভিড টেষ্ট ৷ ভেকচিনেশ্যন চেন্টাৰত থাকিব ক’ভিড টেষ্টৰ ব্যৱস্থা ৷

covid-test-must-be-for-vaccination
কভিড ভেকচিন ল'বলৈ গ'লে বাধ্যতামূলক কভিড টেষ্ট
author img

By

Published : May 25, 2021, 10:43 PM IST

ডিব্ৰুগড়, 25 মে': ৰাজ্যত ক’ভিড-19 সংক্ৰমণ বৃদ্ধি পোৱাৰ সমান্তৰালকৈ ক’ভিড প্ৰতিৰোধৰ লক্ষ্যৰে দ্ৰুত গতিত চলিছে ক’ভিড ভেকচিনেশ্যন প্ৰক্ৰিয়া ৷ ভেকচিননেশ্যন প্ৰক্ৰিয়াত স্বাস্থ্য বিভাগৰ নতুন সিদ্ধান্ত ৷ ক’ভিড ভেকচিন ল'বলৈ গ'লে বাধ্যতামূলক কভিড টেষ্ট ৷

কভিড ভেকচিনেশ্যন চেন্টাৰত এতিয়াৰে পৰা থাকিব ক’ভিড টেষ্টৰ ব্যৱস্থা । ক’ভিডৰ ভেকচিন ল'বলৈ যোৱা লোকসকলে প্ৰথমে ক’ভিড পৰীক্ষা কৰিব লাগিব ৷ ভেকচিন ল'বলৈ যোৱা লোকে ৰেপিড টেষ্ট কৰিহে ভেকচিন গ্ৰহণ কৰিব পাৰিব ।

কভিড ভেকচিন ল'বলৈ গ'লে বাধ্যতামূলক কভিড টেষ্ট

মঙলবাৰে ডিব্ৰুগড়ত আয়োজন কৰা এক সংবাদমেলত এই নতুন ঘোষণা স্বাস্থ্য বিভাগৰ ৷ সংবাদমেলত উপস্থিত থাকে ডিব্ৰুগড়ৰ নডেল বিষয়ানৱজ্যোতি গগৈৰ লগতে স্বাস্থ্য বিভাগৰ কেইবাগৰাকী বিষয়া ৷

ক’ভিডৰ সম্পৰ্কে গাওঁ-বাগিছা প্ৰধান অঞ্চলৰ লগতে শেহতীয়া তথ্য সহ বৰ্তমানলৈকে প্ৰদান কৰা ভেকচিননেশ্যন, ভেকচিনৰ চল্ট, অনলাইন পঞ্জীয়ন আদিৰ তথ্যও প্ৰকাশ কৰে ৷ ইয়াৰ ওপৰিও ক’ভিড ভেকচিননেশ্যনৰ হেল্প লাইন নম্বৰো ঘোষণা কৰে । উল্লেখ্য যে, ভেকচিনৰ তথ্য, স্বাস্থ্য সেৱাৰ তথ্য আৰু কোনোবা লোকে ভুগি থকা স্বাস্থ্যৰ অসুস্থতা সম্পৰ্কে এটা হেল্প লাইন নম্বৰ যোগে জানিবলৈ পৰাকৈ এটা ফোন নম্বৰো মুকলি কৰি দিয়ে য'ত হোৱাটচ এপৰো সুবিধা উপলব্ধ হ'ব ৷ নম্বৰটো হৈছে 9394650892 ।

লগতে পঢ়ক :নগাঁৱত আনন্দ মিশ্ৰৰ বাবে নিদ্ৰাহৰণ ড্ৰাগছ ব্যৱসায়ীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.