ETV Bharat / state

কলাইগাঁৱৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

অন্ধবিশ্বাস,অপসংস্কৃতিৰ বিৰুদ্ধে সকলো এক হ'ব লাগিব । এই ঘটনাক দুৰ্ভাগ্যজনক আখ্যা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷

author img

By

Published : Jul 8, 2019, 6:28 PM IST

কলাইগাঁৱৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

ডিব্ৰুগড়, 8 জুলাই : কলাইগাঁৱৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷ অন্ধবিশ্বাস,অপসংস্কৃতিৰ বিৰুদ্ধে সকলো এক হ'ব লাগিব । একবিংশ শতিকাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগত এনেধৰণৰ অন্ধবিশ্বাস আৰু অপসংস্কৃতিৰ ঘটনা সংঘটিত হোৱাটো অতি দুৰ্ভাগ্যজনক বুলি আখ্যা দি সামাজিক ব্যাধিৰ বিৰুদ্ধে সকলোকে সজাগ আৰু সচেতন হ'বলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে । ডিব্ৰুগড়ত সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ শুভ বৰুৱা বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰি এই আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

কলাইগাঁৱৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ

উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি 2019 বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত কলা শাখাত অসমৰ ভিতৰত পঞ্চম স্থান লাভ কৰা শ্ৰুতি সোণোৱালক বঁটা প্ৰদানৰ লগতে নগদ এক লাখ টকা প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিষ্ণুৰাভা ৰংগমঞ্চত সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদে আয়োজন কৰা ২০১৯ বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ শিক্ষাৰ্থীসকলক শুভ বৰুৱা শৈক্ষিক প্ৰতিভা বঁটা প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে ৷

Intro:কলাইগাওঁ ঘটনাৰ ওপৰত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া।অন্ধবিশ্বাস,কু সংস্কাৰৰ বিৰুদ্ধে থিয় দি সুস্থ সমাজৰ পোষকতা।Body:A_dib_801to803_CM_reaction_kolaigaw_7023913

OC/VO:-কলাইগাৱৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিক্ৰিয়া।
অন্ধবিশ্বাস অপসংস্কৃতিৰ বিৰুদ্ধে সকলো এক হ'ব লাগিব।একবিংশ শতিকাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগত এনেধৰণৰ অন্ধবিশ্বাস আৰু অপসংস্কৃতি সংঘটিত হোৱাটো অতি দুৰ্ভাগ্যজনক।
সামাজিক ব্যাধিৰ বিৰূদ্ধে সকলোকে সজাগ আৰু সচেতন হ'বলৈ আহ্বান মুখ্যমন্ত্ৰীৰ।ডিব্ৰুগড় সোনোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ শুভ বৰুৱা বটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীৰ এই আহ্বান।

Byte:-মুখ্যমন্ত্ৰী।

বিগত উচ্চতৰ মাধ্যমিক পৰীক্ষাত অসমৰ ভিতৰত কলা শাখাত পঞ্চম স্থান লাভ কৰা শ্ৰুতি সোনোৱালক বঁটা প্ৰদানৰ লগতে নগদ এক লাখ টকা প্ৰদান কৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে।ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিষ্ণুৰাভা ৰঙ্গমঞ্চত সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদে আয়োজন কৰা ২০১৯ বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ শিক্ষাৰ্থীসকলক শুভ বৰুৱা শৈক্ষিক প্ৰতিভা বঁটা প্ৰদান কৰে মুখ্যমন্ত্ৰী সোনোৱালে।উজনি অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, যোৰহাট, গোলাঘাট, লক্ষীমপুৰ, ধেমাজি, চৰাইদেউ,মাজুলী জিলাৰ মুঠ ৯৯৮ গৰাকী
কৃৰ্তী শিক্ষাৰ্থীক সোনোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদে প্ৰদান কৰে এককালীন আৰ্থিক সাহাৰ্য।পৰিষদৰ মুখ্য কাৰ্যবাহী দীপুৰঞ্জন মাক্ৰাৰী,ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য কে ধৰি বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে উক্ত অনুষ্ঠানত।

Byte:-সৰ্বানন্দ সোনোৱাল।
Byte:-দীপুৰঞ্জন মাক্ৰাৰী।

ডিব্ৰুগড়ৰ পৰা জেচিম আহমেদConclusion:ঐ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.