ETV Bharat / state

ডিব্ৰুগড়ত ঘৰে ঘৰে ষট পূজা পালন

author img

By

Published : Nov 21, 2020, 4:30 PM IST

মহামাৰী Covid 19 ৰ নীতি-নিৰ্দেশনা অনুসৰি ডিব্ৰুগড়ত ঘৰে ঘৰে পালন ষট পূজা ৷ ভক্তসকলে ঘৰতে কৃত্ৰিম পুখুৰী নিৰ্মাণ কৰি এই পূজা পালন কৰে ৷

Chath puja celebration at Dibrugarh with covid protocol assam etv bharat news
ডিব্ৰুগড়ত ষট পূজা পালন

মৰাণ,21 নৱেম্বৰ: ৰাজ্যজুৰি শুকুৰবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে পালন কৰা হৈছে ষট পূজা ৷ ষট পূজাক কেন্দ্ৰ কৰি পূৰ্বৰ দৰে ব্যস্ততা পৰিলক্ষিত নহ’ল ডিব্ৰুগড়ত ৷ আনবাৰ ষট পূজা উপলক্ষে মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত দেখা যায় বিশাল জনসমুদ্ৰ ৷ মহামাৰী কৰ’ণাৰ বাবে জিলা প্ৰশাসনে জাৰি কৰা নীতি-নিৰ্দেশনা অনুসৰি ঘৰে ঘৰে উদযাপন কৰা হ’ল ষট পূজা ৷

ডিব্ৰুগড়ত ষট পূজা পালন

ভক্তসকলে ঘৰতে কৃত্ৰিম পুখুৰী নিৰ্মাণ কৰি এই পূজা পালন কৰে ৷ বহুলোকে নদীৰ সলনি নাওত পানী ভৰ্তি কৰি পূজা সম্পন্ন কৰে ৷ মুঠতে চৰকাৰ তথা প্ৰশাসনৰ নীতি-নিৰ্দেশনা মানি ডিব্ৰুগড়ত সকলোৱে পালন কৰিলে ষট পূজা ৷

লগতে চাওকঃ উদিত সূৰ্যক অৰ্ঘ প্ৰদানেৰে সমাপ্ত ষট পূজা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.