ETV Bharat / state

অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত সালসলনি

author img

By

Published : Nov 22, 2020, 2:27 PM IST

ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ নতুন অধ্যক্ষৰ দায়িত্ব লাভ কৰিছে ডাঃ সঞ্জীৱ কাকতিয়ে ৷ অধীক্ষকৰ দায়িত্ব অৰ্পণ কৰা হয় ডাঃ প্ৰশান্ত দিহিঙীয়াক ৷

Changes at AMCH Administration dibrugarh assam etv bharat news
অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল

ডিব্ৰুগড়,22 নৱেম্বৰ: কিছু সালসলনি ঘটোৱা হৈছে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰশাসনিক পদত ৷ সেই অনুসৰি, চিকিৎসা মহাবিদ্যালয় হাস্পতালখনৰ নতুন অধ্যক্ষৰ দায়িত্ব লাভ কৰে ডাঃ সঞ্জীৱ কাকতিয়ে ৷ অধীক্ষকৰ দায়িত্ব অৰ্পণ কৰা হয় ডাঃ প্ৰশান্ত দিহিঙীয়াক ৷

Changes at AMCH Administration dibrugarh assam etv bharat news
ডাঃ সঞ্জীৱ কাকতি অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ নতুন অধ্যক্ষ

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ডাঃ হিৰণ্য কুমাৰ গোস্বামী অসম চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ আৰু ডাঃ ইন্দ্ৰ চুতীয়াই অধীক্ষকৰ পদত কাৰ্যনিৰ্বাহ কৰিছিল ৷

লগতে চাওকঃ ইটিভি ভাৰতৰ সৈতে আছুৰ নৱ নিৰ্বাচিত সভাপতিৰ আছুতীয়া সাক্ষাৎকাৰ...

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.