ETV Bharat / state

বাতিল হ'ল চাবুৱা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন - Rangali Bihu sanmilan

দেশৰ লগতে ৰাজ্যত ক'ভিডে ভয়াবহ ৰূপ ধাৰণ কৰিছে ৷ সেয়েহে ক'ভিডৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি চাবুৱা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখনি বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আয়োজক সমিতিয়ে ৷

বাতিল কৰা হ'ল চাবুৱা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন

author img

By

Published : Apr 22, 2021, 7:45 PM IST

মৰাণ, 22 এপ্ৰিল : ডিব্ৰুগড়ত ক'ভিডৰ আক্ৰান্ত প্ৰতি লক্ষ্য ৰাখি সকলো বিহু অনুষ্ঠানে বাতিল কৰিছে আয়োজক সমিতিয়ে ৷ সেই মৰ্মে ডিব্ৰুগড়ৰ চাবুৱাত ১৪, ১৫ আৰু ১৬ বহাগত অনুষ্ঠিত হ'বলগীয়া চাবুৱা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখনি বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আয়োজক সমিতিয়ে ৷

বাতিল কৰা হ'ল চাবুৱা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন

এই উপলক্ষে এক সংবাদমেল সম্বোধন কৰি এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে আয়োজক সমিতিয়ে ৷ তদুপৰি জুবিন গাৰ্গৰ সংগীতানুষ্ঠান বাতিৰ কৰাৰ কথা ঘোষণা কৰি জুবিন গাৰ্গৰ ওচৰত ক্ষমা বিচাৰে আয়োজক সমিতিয়ে ৷

লগতে পঢ়ক : অ'এনজিচিৰ কৰ্মচাৰী অপহৰণৰ তদন্তৰ দায়িত্ব ল'লে জি পি সিঙে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.