ETV Bharat / state

বিচিপিএলৰ ১৪ সংখ্য়ক প্ৰতিষ্ঠা দিৱস

ডিব্ৰুগড়ৰ ব্ৰক্ষ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেডে উদযাপন কৰে প্ৰতিস্থানটোৰ ১৪ সংখ্য়ক প্ৰতিষ্ঠা দিৱস । প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় প্ৰতিস্থানটোত ।

বিচিপিএলৰ ১৪ সংখ্য়ক প্ৰতিষ্ঠা দিৱস
বিচিপিএলৰ ১৪ সংখ্য়ক প্ৰতিষ্ঠা দিৱস
author img

By

Published : Jan 8, 2021, 7:35 PM IST

ডিব্ৰুগড় , ৮ জানুৱাৰী : ডিব্ৰুগড়ৰ ব্ৰক্ষ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেডে উদযাপন কৰে প্ৰতিস্থানটোৰ ১৪ সংখ্য়ক প্ৰতিষ্ঠা দিৱস । বিচিপিএল পেট্ৰোকেমিকেল কমপ্লেক্সৰ প্ৰশাসনিক বিল্ডিঙত উদযাপন কৰা হয় এই প্ৰতিষ্ঠা দিৱস । অনুষ্ঠানত মুখ্য় অতিথি হিচাপে উপস্থিত থাকে বিচিপিএলৰ পৰিচালন সঞ্চালক ৰিপ হাজৰিকা । বিশেষ কেক কাটি প্ৰতিষ্ঠা দিৱসৰ মুকলি অনুষ্ঠান আৰম্ভ কৰা হয় । অনুষ্ঠানৰ আদৰণি ভাষণ ৰাখে মহাপ্ৰবন্ধক অচিত দাসে । অনুষ্ঠানৰ লগত সংগতি ৰাখি ১০ বছৰ অতিক্ৰম কৰা বিচিপিএলৰ কেইবাগৰাকী কৰ্মচাৰীক সম্বৰ্ধনা জনোৱা হয় । সমান্তৰালকৈ বিচিপিএল বিশেষ পত্ৰিকা "সৃজন" খন উন্মোচন কৰা হয় অনুষ্ঠানত ।

বিচিপিএলৰ ১৪ সংখ্য়ক প্ৰতিষ্ঠা দিৱস
বিচিপিএলৰ ১৪ সংখ্য়ক প্ৰতিষ্ঠা দিৱস

ইফালে পুৱাৰ ভাগত এক সাংস্কৃতিক শোভাযাত্ৰাৰো আয়োজন কৰা হয় । বিশেষ দিনটোতে প্ৰতিস্থানৰ চৌহদত এটা ইকো হাট মুকলি কৰা হয় ।

বিচিপিএলৰ ১৪ সংখ্য়ক প্ৰতিষ্ঠা দিৱস
বিচিপিএলৰ ১৪ সংখ্য়ক প্ৰতিষ্ঠা দিৱস

প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আন কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় প্ৰতিস্থানটোত । ইফালে বিচিপিএলৰ লাকোৱা, দুলীয়াজান ,গুৱাহাটী আৰু নয়দাৰ কাৰ্যালয়টো উদযাপন কৰা হয় এই দিৱস ।

লগতে পঢ়ক : মৰিয়নিত আশাকৰ্মীৰ কৰ্ম বিৰতি পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.