ETV Bharat / state

মৰাণত বাট-পথৰ বিধ্বস্ত ৰূপঃ ক্ষোভিত ৰাইজৰ প্ৰতিবাদ

সমষ্টিটোৰ অন্যান্য অঞ্চলৰ বাট-পথ বাদেই খুদ স্থানীয় বিধায়ক চক্ৰধৰ গগৈৰ বাসগৃহৰ পৰা প্ৰায় ১০০ মিটাৰ নিলগত থকা তিলৈনগৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ফটিকাছোৱা অভয়পুৰীয়া গাঁৱৰ পৰা অভয়পুৰ গ্ৰাম্য ষ্টেডিয়ামত সংযোগ হোৱা পথৰ অৱস্থা খুবেই শোচনীয় ৷

author img

By

Published : Oct 19, 2020, 1:13 PM IST

bad road conditions in moran
মৰাণত বাট-পথৰ বিধ্বস্ত ৰূপঃক্ষোভিত ৰাইজৰ প্ৰতিবাদ

মৰাণ,19 অক্টোবৰঃ কেৱল শ্ল'গানতে আবদ্ধ ৰাজ্যৰ উন্নয়ন ৷ পৰিৱৰ্তনকামী চৰকাৰে যিমানে উন্নয়নৰ ঢাক-ঢোল নবজাওক কিয় বাস্তৱত তাৰ বিপৰীতে ছবিহে পৰিলক্ষিত হৈছে ৷ তেনে এক দৃশ্য উন্মোচিত হৈছে মৰাণত ৷ সমষ্টিটোৰ অন্যান্য অঞ্চলৰ বাট-পথ বাদেই খোদ স্থানীয় বিধায়ক চক্ৰধৰ গগৈৰ বাসগৃহৰ পৰা প্ৰায় ১০০ মিটাৰ নিলগত থকা তিলৈনগৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ফটিকাছোৱা অভয়পুৰীয়া গাঁৱৰ পৰা অভয়পুৰ গ্ৰাম্য ষ্টেডিয়ামত সংযোগ হোৱা পথৰ অৱস্থা খুবেই শোচনীয় ৷

দীৰ্ঘদিনে ধৰি জৰাজীৰ্ণ পথে জ্বলা-কলা খুৱাইছে অঞ্চলটোৰ ৰাইজক ৷ কিন্তু এইক্ষেত্ৰত কোনোধৰণৰ কাণসাৰ নাই বিধায়ক চক্ৰধৰ গগৈৰ ৷ সমষ্টিৰ উন্নয়নত বিধায়কগৰাকী চৰম বিফল হোৱাৰ অভিযোগ উত্থাপন কৰিছে সাধাৰণ ৰাইজে ৷ আনহাতে,অতি শীঘ্ৰে পথৰ মেৰামতি নকৰিলে তীব্ৰ প্ৰতিবাদ গঢ়ি তোলাৰো হুংকাৰ দিয়ে অঞ্চলবাসী ৰাইজে ৷

লগতে পঢ়কঃ পৰ্যটকৰ বাবে পুনঃমুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.