ETV Bharat / state

নীপকোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ আছুৰ

আছুৱে নীপকোক ব্যক্তিগত প্ৰতিষ্ঠানক বিক্ৰী কৰাৰহে বিৰোধী । অন্য এটা ৰাজহুৱাখণ্ডৰ প্ৰতিষ্ঠানৰ লগত নীপকোক চামিলকৰণত তেওঁলোকৰ কোনো আপত্তি নাই ৷

নীপকোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ আছুৰ
author img

By

Published : Nov 21, 2019, 8:54 PM IST

ডিব্ৰুগড়, 21 নৱেম্বৰঃ নীপকোক এন টি পি চি সৈতে চামিলকৰণত মিশ্ৰিত প্ৰতিক্ৰিয়া ৷ নীপকোক ব্যক্তিগত প্ৰতিষ্ঠানক বিক্ৰী কৰা হ’ব বুলি ব্যাপক চৰ্চা চলি থকাৰ মাজতে প্ৰতিষ্ঠানটোক এন টি পি চি এলৰ সৈতে চামিলকৰণ কৰা হ’ব বুলি কেন্দ্ৰীয় চৰকাৰৰ ঘোষণাত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ ৰাজ্যজুৰি । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই । সংগঠনটোৰ সাংস্কৃতিক সম্পাদক অনিল গগৈয়ে কয়, "আছুৱে নীপকোক ব্যক্তিগত প্ৰতিষ্ঠানক বিক্ৰী কৰাৰহে বিৰোধী । অন্য এটা ৰাজহুৱাখণ্ডৰ প্ৰতিষ্ঠানৰ লগত নীপকোক চামিলকৰণত তেওঁলোকৰ কোনো আপত্তি নাই ।"

নীপকোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ আছুৰ

আনহাতে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নীপকো বকুলনী প্ৰকল্পৰ শ্ৰমিক সংগঠনে। শ্ৰমিক সকলেও নীপকোক নিৰ্বি-নিয়োজনৰ পৰিৱৰ্তে এন টি পি চিৰ লগত চামিলকৰণৰ কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তক আদৰি লৈছে ।

নীপক’ বকুলনী প্ৰকল্পৰ শ্ৰমিক সংগঠনৰ প্ৰতিক্ৰিয়া

আৰু পঢ়কঃ- অসম পৰ্যটনৰ নামত কোটি টকা,কি অৱস্থাত ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰ !

Intro:নীপক’ক এন টি পি চি সৈতে চামিলকৰণত মিশ্ৰিত প্ৰতিক্ৰিয়া
উত্তৰ-পূৱ বিদ্যুৎ শক্তি নিগম লিমিটেড চমুকৈ নীপক’ক ব্যক্তিগত প্ৰতিষ্ঠানক বিক্ৰী কৰা হ’ব বুলি ব্যাপক চৰ্চা চলি থকাৰ মাজতে প্ৰতিষ্ঠানটোক এন টি পি চি এলৰ সৈতে চামিলকৰণ কৰা হ’ব বুলি কেন্দ্ৰীয় চৰকাৰৰ ঘোষণাৰ পাছতে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই । সংগঠনটোৰ সাংস্কৃতিক সম্পাদক অনিল গগৈয়ে কয় যে আছু নীপক’ক ব্যক্তিগত প্ৰতিষ্ঠানক বিক্ৰী কৰাৰহে বিৰুধী । অৱশ্যে অন্য এটা ৰাজহুৱাখণ্ডৰ প্ৰতিষ্ঠানৰ লগত নীপক’ক চামিলকৰণত তেওঁলোকৰ কোনো আপত্তি নাই ।

Byte 1 : অনিল গগৈ, সাংস্কৃতিক সম্পাদক, আছু

আনহাতে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নীপক’ বকুলনী প্ৰকল্পৰ শ্ৰমিক সংগঠনে। শ্ৰমিক সকলেও নীপক’ক নিবি-নিয়োজনৰ পৰিবৰ্তে এন টি পি চিৰ লগত চামিলকৰণৰ কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তক আদৰি লৈছে।

Byte 2 : তোষেশ্বৰ শইকীয়া, কৰ্মচাৰী, নীপক’ বকুলনী প্ৰকল্প
Byte3 : ৰমেশ বৰা,কৰ্মচাৰী,নীপক’ বকুলনী প্ৰকল্প।Body:DoConclusion:Do
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.