ETV Bharat / state

চাবুৱাত আৱদ্ধ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস

author img

By

Published : Feb 21, 2020, 5:08 AM IST

চাবুৱাত আছু কৰ্মীৰ প্ৰতিবাদতত আৱদ্ধ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস ৷ ক'লা পতাকা প্ৰদৰ্শনৰ সময়তৰ প্ৰতিবাদকাৰীক সভাপতি ৰঞ্জিত দাসৰ বাহনে মহতিয়াই নিয়াৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰে আছু কৰ্মীৰ ৷

চাবুৱা
চাবুৱাত আৱদ্ধ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস

চাবুৱা, 20 ফেব্ৰুৱাৰীঃ চাবুৱাত প্ৰতিবাদকাৰীৰ মাজত আৱদ্ধ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস ৷ আনহাতে, আছু কৰ্মী তথা প্ৰতিবাদকাৰী বিধায়ক বিনোদ হাজৰিকাৰ কনভয়ে মহতিয়াই নিয়াৰ অভিযোগ উত্থাপন ৷ যাৰ ফলত গুৰুতৰভাৱে আহত এজন আছু কৰ্মী ৷ আনকি ৰঞ্জিত দাসৰ বাহনেও প্ৰতিবাদকাৰীক মহতিয়াই নিয়াৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰে আছু কৰ্মীয়ে ৷ ইমানেই নহয় বিজেপি কৰ্মী আৰু আছুৰ মাজত হতাহতি হোৱা বুলি মন্তব্য আছু কৰ্মীৰ ৷ উল্লেখ্য যে, বৃহস্পতিবাৰে শতাধিক আছু প্ৰতিবাদকাৰীয়ে চাবুৱাত ৰঞ্জিত দাসক ক’লা পতাকা দেখুৱাৰ উপৰিও প্ৰতিকৃতি দাহ কৰে ৷

আৰু পঢ়কঃ কটকটীয়া নিৰাপত্তাৰ মাজত গুৱাহাটীলৈ অনা হ'ল ছাৰ্জিল ইমামক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.