ETV Bharat / state

পুনৰ ভূমিকম্প! কি কয় ভূতত্ববিদে? - অৰুণাচল প্ৰদেশ

ৰিখটাৰ স্কেলত 5'9 প্ৰাবল্যৰ ভূমিকম্পটোৱে অৰুণাচল প্ৰদেশৰ লগতে সমগ্ৰ উজনি অসমৰ জিলা কেইখনতো প্ৰচণ্ড জোকাৰণিৰ সৃষ্টি কৰে ৷ সকলোকে সজাগ হৈ থকাৰ আহ্বান DIRECTORATE OF GEOLOGY & MINING DIBRUGARH ৰ জ্যেষ্ঠ ভূ-তত্ববিদ মুন ডেকাৰ ৷

ভূমিকম্পৰ বাবে সজাগতাৰ আহ্বান ভূতত্ত্ববিদৰভূমিকম্পৰ বাবে সজাগতাৰ আহ্বান ভূতত্ত্ববিদৰ
author img

By

Published : Apr 25, 2019, 2:12 AM IST

ডিব্ৰুগড় , 25 এপ্ৰিলঃ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ আলোৰ পৰা মাত্ৰ 36 কিলোমিটাৰ তথা ডিব্ৰুগড় চহৰৰ পৰা 136 কিলোমিটাৰ দূৰত্বত মঙলবাৰে নিশা 1 বাজি 45 মিনিটত উৎপত্তি হোৱা ভূমিকম্পই ৰাজ্যৰ বিভিন্ন অঞ্চল জোকাৰি যায় ৷

ভূমিকম্পৰ বাবে সজাগতাৰ আহ্বান ভূতত্ত্ববিদৰ

এই ভূমিকম্পৰ পাচতে ৰাইজক আতংকিত নহ'বলৈ আহ্বান জনাইছে DIRECTORATE OF GEOLOGY & MINING DIBRUGARH ৰ জ্যেষ্ঠ ভূ-তত্ববিদ মুন ডেকাই ৷ ভূমিকম্পই কোনো অশুভ বাৰ্তা কঢ়িয়াই নাই বুলি কৈ জনসাধাৰণে ভয় খাব নালাগে বুলি জনাইছে ডেকাই ৷ অৱশ্যে ভূমিকম্প প্ৰৱণ অঞ্চল হিচাপে গৃহ নিৰ্মাণ তথা অন্যান্য ক্ষেত্ৰত ৰাইজক সচেতনতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে ভূতত্ববিদগৰাকীয়ে ৷

Dib_earthquake_Reaction_jesim

One byte one visual on ftp Total 2 files

:চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ আলোৰ পৰা মাত্ৰ ৩৬ কিলোমিটাৰ তথা ডিব্ৰুগড় চহৰৰ পৰা ১৩৬ কিলোমিটাৰ দূৰত্বত যোৱা নিশা ১বাজি ৪৫মিনিটত উৎপত্তি হোৱা ভূমিকম্পই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
ৰিখটাৰ স্কেলত ৫'৯ পাবল্যৰ ভূমিকম্পটোৱে অৰুণাচল প্ৰদেশৰ লগতে সমগ্ৰ উজনি অসমৰ জিলা কেইখনটো প্ৰচণ্ড জোকাৰণি সৃষ্টি কৰে।আনহাতে যোৱা নিশা সংঘটিত ভূমিকম্পৰ পূৰ্বৰ ভূমিকম্প সমূহতকৈ কঁপনি বেছি আছিল বুলি মন্তব্য কৰাৰ লগতে অৰুণাচল আৰু ম্যানমাৰ পৰাই যিহেতু ভূমিকম্প উৎপত্তি স্থল সেয়ে  ভূমিকম্প প্ৰধান অঞ্চল হিচাপে সকলোকে সজাগ থকাৰ আহ্বান জনাইছে DIRECTORATE OF GEOLOGY & MINING DIBRUGARH ৰ জেষ্ঠ ভূ-তত্ববিদ মুন ডেকাই।

Byte:মুন ডেকা

ডিব্ৰুগড়ৰ পৰা জেচিম আহমেদ 
Etv Bharat Assam
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.