ETV Bharat / state

চিত্ৰাংকণ প্ৰতিযোগিতাৰে ভোটাৰৰ মাজত সজাগতাৰ সৃষ্টি জিলা নিৰ্বাচনী বিষয়াৰ - ভোটাৰ

বৃহস্পতিবাৰে ডিব্ৰুগড় জিলা নিৰ্বাচনী বিষয়াৰ উদ্যোগত ভোটাৰৰ বাবে প্ৰণালীবদ্ধ শিক্ষা আৰু নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণ (SVEEP) কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি সাতটা বিধানসভা সমষ্টিৰ বিপৰীতে সাতটাকৈ কেন্দ্ৰত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কৰা হয় এই চিত্ৰাংকণ প্ৰতিযোগিতা ৷ প্ৰতিযোগিতাৰ জৰিয়তে নতুন ভোটাৰসকলক ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিকৰণ আৰু কৰ্তন, সবিশেষ শুধৰণি, নাম স্থানান্তৰ আদি সন্দৰ্ভত সজাগতাৰ সৃষ্টি কৰাৰ প্ৰয়াস হয় ৷

art competition organized by election officer
চিত্ৰাংকণ প্ৰতিযোগিতাৰে ভোটাৰৰ মাজত সজাগতাৰ সৃষ্টি
author img

By

Published : Dec 11, 2020, 9:50 AM IST

মৰাণ,11 ডিচেম্বৰ : ডিব্ৰুগড় জিলা নিৰ্বাচনী বিষয়াৰ উদ্যোগত ভোটাৰৰ বাবে প্ৰণালীবদ্ধ শিক্ষা আৰু নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণ (SVEEP) কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি বৃহস্পতিবাৰে অনুষ্ঠিত হয় এক চিত্ৰাংকণ প্ৰতিযোগিতাৰ ৷ ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী,2021 ওপৰত নৱপ্ৰজন্মৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে সাতটা বিধানসভা সমষ্টিৰ বিপৰীতে সাতটাকৌ কেন্দ্ৰত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কৰা হয় এই চিত্ৰাংকণ প্ৰতিযোগিতাৰ ৷

art competition organized by election officer
চিত্ৰাংকণ প্ৰতিযোগিতাৰে ভোটাৰৰ মাজত সজাগতাৰ সৃষ্টি

ডিব্ৰুগড় চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়, বকুল উচ্চ মাধ্যমিক বিদ্যালয়, দিনজয় হাজাৰীমল উচ্চতৰ মাধ্যমিক বিদ্যালয়, ভাদৈ উচ্চ মাধ্যমিক বিদ্যালয়, নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়, ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু খোৱাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নৱম শ্ৰেণীৰ পৰা পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এই প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ৷

উল্লেখ্য যে, এই চিত্ৰাংকণ প্ৰতিযোগিতাৰ জৰিয়তে নতুন ভোটাৰ সকলক ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিকৰণ আৰু নাম কৰ্তন, সবিশেষ শুধৰণি, নাম স্থানান্তৰ আদি সন্দৰ্ভত সজাগতাৰ সৃষ্টি কৰা হয় ৷

লগতে পঢ়ক : লাহৰীঘাটত বিজেপি সংখ্যালঘু মৰ্চাৰ কাৰ্যনিৰ্বাহক সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.