ETV Bharat / state

মৰাণত অসম জাতীয় পৰিষদ দলৰ যোগদান কাৰ্যসূচী

author img

By

Published : Jan 28, 2021, 8:56 PM IST

অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য সঞ্জীৱ চাংমাইৰ উপস্থিতিত মৰাণত অসম জাতীয় পৰিষদ দলত যোগদান কৰে বিভিন্ন ক্ষেত্ৰৰ লোকসকলে ।

মৰাণত অসম জাতীয় পৰিষদ দলৰ যোগদান কাৰ্যসূচী
মৰাণত অসম জাতীয় পৰিষদ দলৰ যোগদান কাৰ্যসূচী

ডিব্ৰুগড় , ২৮ জানুৱাৰী : ডিব্ৰুগড় জিলাৰ মৰাণ বিধানসভা সমষ্টিৰ অন্তৰ্গত পথালিবাম গাঁও পঞ্চায়ত আৰু চেপন গাঁও পঞ্চায়তৰ ভলুকাগুৰি আৰু চেপন চকলীয়াত অসম জাতীয় পৰিষদ দলৰ এক যোগদান কাৰ্যসূচীৰ আয়োজন কৰা হয় । এই কাৰ্যসূচীত বহু কেইগৰাকী লোকে যোগদান কৰে দলটোত ।

অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য সঞ্জীৱ চাংমাইৰ উপস্থিতিত অসম জাতীয় পৰিষদ দলত যোগদান কৰে বিভিন্ন ক্ষেত্ৰৰ লোকসকলে । উল্লেখ যে সমাগত নিৰ্বাচনলৈ লক্ষ্য কৰি অসম জাতীয় পৰিষদে মৰাণ সমষ্টিত দলীয় সাংগঠনিক ভেঁটি শক্তিশালী কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : লেঙেৰীজানত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ অধীনত চলিছে শ্ৰমিকৰ গৃহ নিৰ্মাণৰ কাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.