ETV Bharat / state

NHPCক লৈ বদ্ধ পৰিকৰ চৰকাৰঃ চন্দ্ৰমোহন পাটোৱাৰী

আছুৰ প্ৰতিবাদৰ মাজতেই নামৰূপত উপস্থিত উদ্যোগ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী ৷ গেছৰ নাটনিৰ বাবেই স্থাপন কৰা হোৱা নাই নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থটো গোট ৷

author img

By

Published : Sep 14, 2019, 11:45 PM IST

চন্দ্ৰ মোহন পাটোৱাৰী কনভয়ৰ সন্মুখত আছুৰ প্ৰতিবাদ

ডিব্ৰুগড়,14 চেপ্তেম্বৰঃ নামৰূপত আছুৰ প্ৰতিবাদ ৷ আছুৰ প্ৰতিবাদৰ মাজতেই নামৰূপত উপস্থিত হয় উদ্যোগ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী। মন্ত্ৰী গৰাকী নামৰূপত উপস্থিত হোৱাৰ পাচতে কনভয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে।

চন্দ্ৰ মোহন পাটোৱাৰী কনভয়ৰ সন্মুখত আছুৰ প্ৰতিবাদ

আনহাতে,নামৰূপত উপস্থিত হৈ চন্দ্ৰমোহন পাটোৱাৰীৰ কয়,গেছৰ নাটনিৰ বাবেই স্থাপন কৰা হোৱা নাই নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থটো গোটৰ কাম। অসমৰ গেছৰ নাটনি দূৰ কৰিবলৈ বাৰাণসীৰ পৰা অসমলৈ অনা হৈছে গেছ লাইন ৷ এবছৰৰ পাচতহে সম্পূৰ্ণ হ'ব গেছ লাইনৰ কাম তাৰ পাছত আৰম্ভ হ'ব নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোটৰ কাম ৷

ইতিমধ্যেই সাৰ কাৰখানাৰ DPRৰ কাম সম্পূৰ্ণ হৈ উঠিছে । NHPCক লৈ বদ্ধ পৰিকৰ চৰকাৰ ৷ ৪০ শতাংশ সম্পূৰ্ণ হৈছে NHPC নিমাৰ্ণৰ কাম । দল সংগঠনৰ প্ৰতিবাদৰ ফলত কাম লেহেমীয়া হৈছে যদিও শীঘ্ৰে NHPCৰ কাম সম্পূৰ্ণ হ'ব বুলি মন্তব্য পাটোৱাৰীৰ। ইফালে CAB যিকোনো প্ৰকাৰে গৃহীত কৰা হ'ব বুলি জানিবলৈ দিয়ে মন্ত্ৰী গৰাকীয়ে।

Intro:আছুৰ প্ৰতিবাদৰ মাজতেই নামৰূপত উপস্থিত উদ্যোগ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীঃ
গেছৰ নাটনিৰ বাবেই স্থাপন কৰা হোৱা নাই নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থটো গোটঃ

আছুৰ প্ৰতিবাদৰ মাজতেই নামৰূপত উপস্থিত উদ্যোগ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী। মন্ত্ৰী গৰাকী নামৰূপত উপস্থিত হোৱাৰ লগে লগেই মন্ত্ৰী গৰাকীৰ কনভয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে ।নামৰূপত উপস্থিত হৈ চন্দ্ৰমোহন পাটোৱাৰীৰ ঘোষনা গেছৰ নাটনিৰ বাবেই স্থাপন কৰা হোৱা নাই নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থটো গোটৰ কাম। অসমৰ গেছৰ নাটনি দূৰ কৰিবলৈ বাৰানসীৰ পৰা অসমলৈ অনা হৈছে গেছ লাইন এবছৰৰ পিছতহে সম্পূৰ্ণ হব গেছ লাইনৰ কাম তাৰ পিছতই আৰম্ভ হব নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট কাম আৰু ইতিমধ্যেই সম্পূৰ্ণ হৈ উঠিছে সাৰকাৰখানাৰ DPR ৰ কাম। আনহাতে NHPC কলৈ বৈধ্য পৰিকৰ চৰকাৰ ইতিমধ্যে ৪০ শতাংশ সম্পূৰ্ণ হৈছে NHPC নিমাৰ্ণৰ কাম। দল সংগঠনৰ প্ৰতিবাদৰ ফলত কাম লেহেমীয়া হৈছে যদিও শীঘ্ৰে সম্পূৰ্ণ হব NHPC ৰ কাম। ইফালে CAB যিকোনো প্ৰকাৰে গৃহীত কৰা কথা ও জানিবলৈ দিয়ে মন্ত্ৰী গৰাকীয়ে ।

Byte. চন্দ্ৰ মোহন পাটোৱাৰী।Body:DOConclusion:DO
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.