ETV Bharat / state

মাজনিশা ফাঁচী কাঠত ওলমিল সৰ্বানন্দ সোণোৱালসহ 4 মন্ত্ৰী

তেওঁলোকৰ বিৰুদ্ধে জাতিদ্ৰোহৰ অভিযোগ ৷ মাৰাত্মক ভুল কৰিবলৈ গৈ আছে তেওঁলোকে ৷ ৰাইজৰ কথা নুশুনাৰ ফলস্বৰূপে মঙলবাৰে ওলমিব লগা হ'ল ফাঁচীকাঠত ৷

প্ৰতিবাদ সাব্যস্ত কৰিলে আছুৱে
ডিব্ৰুগড়ত মাজনিশা তীব্ৰ প্ৰতিবাদ
author img

By

Published : Dec 4, 2019, 9:57 AM IST

ডিব্ৰুগড়, 4 ডিচেম্বৰ: অসমৰ চুকে কোণে অব্যাহত আছে কেব বিৰোধী প্ৰতিবাদ ৷ এইবাৰ ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ ঘৰৰ সমীপতে মাজনিশা মহিলাৰ পোছাক পিন্ধাই,মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,কেশৱ মহন্ত,অতুল বৰা,ফণীভুষণ চৌধুৰী আৰু বিধায়ক প্ৰশান্ত ফুকনৰ প্ৰতিকৃতি দাহ কৰাৰ লগতে ওলমালে ফাঁচীত ৷

মুখ্যমন্ত্ৰীৰ ঘৰৰ সমীপতে মাজনিশা প্ৰতিবাদ
ডিব্ৰুগড়ত আছুৰ উত্তাল প্ৰতিবাদ

মাজনিশা বিধায়ক প্ৰশান্ত ফুকনৰ বাসগৃহ ঘেৰাও কৰে প্ৰতিবাদকাৰী দলটোৱে ৷ নিশা দুই বজাৰ পৰা কেব বিৰোধী শ্ল'গানেৰে ডিব্ৰুগড় চহৰৰ মাজমজিয়াৰ চৌকিডিঙিত উত্তাল পৰিৱেশৰ সৃষ্টি কৰে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাসহ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ একাংশ ছাত্ৰই ৷

প্ৰতিকৃতি দাহৰ লগতে ফাঁচীত ওলমালে প্ৰতিবাদকৰীয়ে

কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সৈতে যোৱা নিশা আছুৰ বৈঠক একপ্ৰকাৰে বিফল হোৱাৰ পিচতে মাজনিশাৰ পৰাই কেবৰ বিৰুদ্ধে আৰু অধিক উত্তাল হৈ পৰিছে আছু ৷ নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাৰ আশংকাত ক্ষোভত জ্বলি উঠিছে আছুকে ধৰি বিভিন্ন জাতি জনগোষ্ঠীয় দল সংগঠনসমূহ ৷

লগতে পঢ়ক: "কেব আমি মানি নলওঁ"- দিল্লীত গৃহমন্ত্ৰীক হুংকাৰ আছু সহ 9 জাতীয় সংগঠনৰ

Intro:
OC:ডিব্ৰুগড় চহৰৰ মাজ মজিয়াৰ মুখ্যমন্ত্ৰীৰ গৃহৰ কিছু নিলগৰ চৌকিদিঙ্গিতে মাজনিশা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,হিমন্ত বিশ্ব শৰ্মাৰ,কেশৱ মহন্ত, ফণী ভূষণ চৌধুৰীৰ প্ৰতিকৃতি ওলমিল ফাঁচীত।

Body:VO:ডিব্ৰুগড়ত চহৰৰ পৰা মুখ্যমন্ত্ৰীৰ গৃহলৈ যোৱা মুখ্য পথৰ চাৰিআলিতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,হিমন্ত বিশ্ব শৰ্মা, কেশৱ মহন্তৰ প্ৰতিকৃতি মহিলাৰ পোচাৰ পিন্ধাই
ফাঁচীত উলমালে আছুৱে।
কেন্দ্ৰীয় গৃহমন্ত্ৰী স'তে যোৱা নিশা আছুৰ বৈঠক একপ্ৰকাৰে বিফল হোৱা পাছতে মাজনিশা পৰাই CABৰ বিৰুদ্ধে আৰু অধিক উত্তাল হৈ পৰিছে ৰাজ্য।ডিব্ৰুগড়ত মাজনিশা উলাই আহি প্ৰশান্ত ফুকনৰ ঘৰো কিছু সময় ঘেৰাও কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ লগতে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা।
ইয়াৰ পাছতে মাজ ৰাতিয়েই
ডিব্ৰুগড়ৰ মাজমজিয়াত চৌকিডিঙি চাৰিআলিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিধায়ক প্ৰশান্ত ফুকন,অগপৰ সভাপতি অতুল বৰা,ফনিভূষন চৌধুৰী,কেশৱ মহন্তৰ পুত্তলিকাত মহিলাৰ পোছাক পিন্ধাই ফাঁচিকাঠত উলমাই।লগতে জ্বলাই দিয়ে অতুল বৰাৰ প্ৰতিকৃতি। নিশা দুই বজাৰ পৰাই CAB বিৰোধী শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে।হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ বাবে কেন্দ্ৰৰ বিজেপি চৰকাৰে প্ৰথমটো কাৰ্যকালতে সংসদত বিধেয়ক খন উত্থাপন কৰিও ব্যৰ্থ হোৱাৰ পাছত অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যৰ ভিন্ন দল-সংগঠন আৰু চৰকাৰৰ সৈতে CAB সন্দৰ্ভত বৈঠকত মিলিত হোৱা লগতে সদৌ অসম ছাত্ৰ সন্হাৰ সতে যোৱা নিশা পৃথকে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সতে মিলিত হোৱা বৈঠক বিফল হোৱাৰ পাছতে মাজনিশা পৰাই এনেদৰে উত্তাল হৈ পৰিছে চৌদিশ।মুখ্যমন্ত্ৰী গৃহচহৰৰ পৰা মাজনিশা এনেদৰে হুংকাৰ দিলে আছুৱে।
Byte:-বিশ্ববিদ্যালয়ৰ ছাত্র
Byte:-ডিব্ৰুগড় জিলা ছাত্র সন্থা।

নতুন দিল্লীত মিজোৰাম আৰু ত্ৰিপুৰাৰ দল সংগঠন আৰু চৰকাৰৰ সৈতে আনুষ্ঠানিক আলোচনা হোৱা লগতে উত্তৰ পূৰ্বাঞ্চল ছাত্র সন্থা নেছ'ৰ,অসম সাহিত্য সভা, অসম গণ পৰিষদ,এ আই ইউ ডিএফ,ৰাভা-তিৱা-ঠেংগাল-ডিমাছা, কাৰ্বি-মিচিং আদি জনগোষ্ঠীৰ প্ৰতিনিধি সৈতে মিলিত হৈছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।এই আলোচনাত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিবই বুলি হুংকাৰ দিয়া পাছত এতিয়া ক্ষুভত জ্বলি উঠিছে আছুকে ধৰি জাতি জনগোষ্ঠীয় সংগঠন।মাজনিশা পৰাই তীব্ৰ প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰি উত্তাল কৰিছে পৰিবেশ।

ডিব্ৰুগড়ৰ পৰা জেচিম আহমেদ।Conclusion:Do
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.