ETV Bharat / state

প্ৰসংগ নাগৰিকত্ব সংশোধনী বিধেয়ক: উত্তৰ-পূবাঞ্চলত আছুয়ে কৰিব ঐক্যবদ্ধ সংগ্ৰাম

নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত লুৰিণজ্যোতি গগৈৰ প্ৰতিক্ৰিয়া ৷ কোনো কাৰণত গৃহিত হ'ব নোৱাৰিব জাতিধংসী বিধেয়ক ৷

author img

By

Published : Sep 25, 2019, 3:44 AM IST

Updated : Sep 25, 2019, 5:28 PM IST

প্ৰসংগ নাগৰিকত্ব সংশোধনী বিধেয়ক: উত্তৰ-পূবাঞ্চলত আছুয়ে কৰিব ঐক্যবদ্ধ সংগ্ৰাম

ডিব্ৰুগড়, 24 ছেপ্টেম্বৰ: নাগৰিকত্ব সংশোধনী বিধেয়ক 2016ক কেন্দ্ৰ কৰি ৰাজ্যত পুনৰ আৰম্ভ হৈছে বিতৰ্ক ৷ সোমবাৰে বৰাক উপত্যকাৰ শিলচৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চলিত বৰ্ষৰ ভিতৰতে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহিত হ'ব বুলি ঘোষণা কৰাৰ পাছতেই এতিয়া চাৰিওফালে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ মন্ত্ৰী হিমন্তৰ এই ঘোষণাৰ পাছতে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে। মঙলবাৰে নাহৰকটীয়াত সাংবাদিকৰে হোৱা এক মুখামুখিত বিধেয়ক সংক্ৰান্তত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ছাত্ৰ নেতাজনে কয় যে বিজেপি আৰু কংগ্ৰেছ দুয়োটা দলেই নিজ নিজ স্বাৰ্থত হিন্দু আৰু মুছলমান বাংলাদেশী সকলক নাগৰিকত্ব দিয়াৰ পোষকতা কৰিছে ৷

নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত লুৰিণজ্যোতি গগৈৰ প্ৰতিক্ৰিয়া

ইফালে ১৯৭১ চনৰ পিছত অহা কোনো লোককে নাগৰিকত্ব দিয়া নহ'ব বুলি মন্তব্য কৰি তেওঁ বিধেয়ক সন্দৰ্ভত আছুৰ স্থিতি স্পষ্ট কৰে ৷ আনহাতে যদিহে কেন্দ্ৰীয় চৰকাৰে এই বিল খন আইনত পৰিণত কৰাৰ চেষ্টা কৰে তেন্তে সদৌ অসম ছাত্ৰ সন্থাই সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলবাসীৰ লগত ঐক্যবদ্ধ সংগ্ৰাম আৰম্ভ কৰি ইয়াৰ বিৰুদ্ধে প্ৰতিৰোধ চলাই যাব বুলি লুৰিণজ্যোতি গগৈয়ে ঘোষণা কৰে ৷

Intro:নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ লুৰিণজ্যোতি গগৈৰ প্ৰতিক্ৰিয়াঃ
প্ৰয়োজনত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল বাসীৰ সৈতে ঐক্যবদ্ধ সংগ্ৰামত নামিব আছুঃ

সোমবাৰে শিলচৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চলিত বৰ্ষৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিল আইন ত পৰিণত হব বুলি ঘোষণা কৰাৰ পিছতেই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লোৰিন জ্যোতি গগৈয়ে। মংগলবাৰে নাহৰকটীয়াত এই সংক্ৰান্তত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে বিজেপি আৰু কংগ্ৰেছ দুয়োটা দলেই নিজ নিজ স্বাৰ্থত হিন্দু আৰু মুছলমান বাংলাদেশী সকলক নাগৰিকত্ব দিয়াৰ পোষকতা কৰিছে বুলি অভিযোগ কৰি ১৯৭১ চনৰ পিছত অহা কোনো লোককে নাগৰিকত্ব নিদিয়াৰ আছুৰ স্থিতি স্পষ্ট কৰে। আনহাতে যদিহে কেন্দ্ৰীয় চৰকাৰে এই বিল খন আইনত ৰূপায়িত কৰাৰ চেষ্টা কৰে তেন্তে সদৌ অসম ছাত্ৰ সন্থাই সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল বাসীৰ লগত ঐক্যবদ্ধ সংগ্ৰাম আৰম্ভ কৰি ইয়াৰ বিৰুদ্ধে প্ৰতিৰোধ চলাই যাব ।

Byte. লুৰিণজ্যোতি গগৈ৷

Body:DOConclusion:DO
Last Updated : Sep 25, 2019, 5:28 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.