ETV Bharat / state

একাপ চাহে আপোনাক সহায় কৰিব পাৰে কৰ'ণা ভাইৰাছ প্ৰতিৰোধত - A cup of tea can help you fight Coronavirus

চাহৰ দ্বাৰা কৰ'ণা ভাইৰাছ প্ৰতিৰোধ ৷ চাওঁক এই বিশেষ প্ৰতিবেদন :

চাহৰ দ্বাৰা কৰ'ণা ভাইৰাছ প্ৰতিৰোধ
অসমৰ চাহ
author img

By

Published : Mar 21, 2020, 7:57 PM IST

নিউজ ডেস্ক, 21 মাৰ্চ : সমগ্ৰ বিশ্বৰ বাবে এয়া এক জটিল ক্ষণ ৷ কৰ'ণা ভাইৰাছে বিশ্বব্যাপী মহামাৰীৰ ৰূপ ধাৰণ কৰাৰ সময়ত আপুনি আছুতীয়া কক্ষত বাস কৰি আছে নেকি ?

এনে সময়ত আপুনি গ্ৰহণ কৰিব পাৰে একাপ চাহ ৷ এইকাপ চাহে আপোনাক সহায় কৰিব কৰ'ণা ভাইৰাছ প্ৰতিৰোধত ৷

হয়, এখন গৱেষণা পত্ৰত প্ৰকাশ পাইছে এই কথা ৷ অসমৰ যোৰহাট জিলাৰ টোকলাই চাহ গৱেষণা কেন্দ্ৰৰ গৱেষকে প্ৰকাশ কৰিছে এই তথ্য ৷ গৱেষকৰ দলৰ মতে, চাহত আছে থিয়েফ্লেভিন আৰু পলিফেনলছ নামৰ দুবিধ উপাদান ৷ এই উপাদানে আপোনাক সহায় কৰিব প্ৰাণনাশী ভাইৰাছবিধ প্ৰতিৰোধ কৰাত ৷

চাহৰ দ্বাৰা কৰ'ণা ভাইৰাছ প্ৰতিৰোধ

বিশ্বৰ ভিতৰতে চাহ উৎপাদনৰ ক্ষেত্ৰত অতি পুৰণি আৰু বৃহত্তম চাহ গৱেষণা কেন্দ্ৰটোৱে টুইটাৰৰ জৰিয়তে প্ৰকাশ কৰিছে এই কথা ৷ চাহ কেন্দ্ৰটোৰ গৱেষক ড: প্ৰিতম চৌধুৰীয়ে তেওঁৰ শেহতীয়াভাৱে প্ৰকাশিত এক গৱেষণা পত্ৰত চাহত থকা এই দুই উপাদানৰ অৱস্থিতিৰ কথা জানিবলৈ দিছে ৷

আৰু পঢ়ক : Covid- 19 ৰ দ্বিতীয় পৰ্যায়ত উপস্থিত ভাৰত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.