ETV Bharat / state

মৰাণত একেদিনাই কৰ'ণাত আক্ৰান্ত 18 গৰাকী - খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ

কৰ'ণা প্ৰতিৰোধৰ বাবে জিলা প্ৰশাসনে বিভিন্ন নীতি-নিয়ম তথা নিৰ্দেশনা জাৰি কৰাৰ সময়তে খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন স্বাস্থ্য আৰু উপস্বাস্থ্য কেন্দ্ৰত সোমবাৰৰ দিনটোত 12 গৰাকী লোকৰ দেহত ক'ভিড-19 ৰ অৱস্থিতি ধৰা পৰে ৷ দেওবাৰৰ দিনটোলৈকে 124 গৰাকী আক্ৰান্ত ব্যক্তি আছিল যদিও সোমবাৰে 142 গৰাকীলৈ বৃদ্ধি পালে কৰ'ণাত আক্ৰান্তৰ সংখ্যা ৷

মৰাণত একেদিনাই কৰ'ণাত আক্ৰান্ত 18 গৰাকী
মৰাণত একেদিনাই কৰ'ণাত আক্ৰান্ত 18 গৰাকী
author img

By

Published : Apr 27, 2021, 7:00 AM IST

মৰাণ,27 এপ্ৰিল: সমগ্ৰ ৰাজ্যৰ লগতে ডিব্ৰুগড়ৰ মৰাণতো দৈনিক বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্তৰ সংখ্যা ৷ কৰ'ণা প্ৰতিৰোধৰ বাবে জিলা প্ৰশাসনে বিভিন্ন নীতি-নিয়ম তথা নিৰ্দেশনা জাৰি কৰাৰ সময়তে খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন স্বাস্থ্য আৰু উপস্বাস্থ্য কেন্দ্ৰত সোমবাৰৰ দিনটোত 12 গৰাকী লোকৰ দেহত ক'ভিড-19 ৰ অৱস্থিতি ধৰা পৰে ৷

মৰাণত একেদিনাই কৰ'ণাত আক্ৰান্ত 18 গৰাকী
মৰাণত একেদিনাই কৰ'ণাত আক্ৰান্ত 18 গৰাকী

দেওবাৰৰ দিনটোলৈকে 124 গৰাকী আক্ৰান্ত ব্যক্তি আছিল যদিও সোমবাৰে 142 গৰাকীলৈ বৃদ্ধি পালে কৰ'ণাত আক্ৰান্তৰ সংখ্যা ৷ ইফালে চৰাইদেউ জিলাৰ মাহমৰা ৰাজহ চক্ৰৰ অন্তৰ্গত স্বাস্থ্য কেন্দ্ৰতো আন 6 গৰাকী লোকৰ দেহত কৰ'ণাৰ অৱস্থিতি ধৰা পৰিছে । জিলা চিকিৎসা বিভাগে জানিবলৈ দিয়া মতে, আক্ৰান্ত লোকসকলক বৰ্তমান হোম আইছ'লেচনত ৰখা হৈছে ।

লগতে পঢ়ক: মঙলবাৰৰ পৰা কামৰূপ(ম)ত স্কুল-কলেজ, হোষ্টেল, ক'চিং চেন্টাৰৰ বন্ধ ঘোষণা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.