ETV Bharat / state

ধুবুৰীত 'বিশ্ব চাইকেল দিৱস' উদযাপন

author img

By

Published : Jun 3, 2019, 9:44 AM IST

সোমবাৰে পুৱা সাত বজাত ধুবুৰী আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখৰ পৰা এক চাইকেল শোভাযাত্ৰা উলিওৱা হয় ৷

ধুবুৰীত পালন 'বিশ্ব চাইকেল দিৱস'

ধুবুৰী , 03 জুন ': দেশ তথা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে সোমবাৰে ধুবুৰীত 'বিশ্ব চাইকেল দিৱস' পালন কৰা হয় ৷ এই উপলক্ষে পুৱা সাত বজাত বাইক ৰাইডাৰ্চৰ সহযোগত আৰু আৰক্ষী প্ৰশাসনৰ উদ্যোগত এক চাইকেল শোভাযাত্ৰা উলিওৱা হয় ৷

etv bharat assam
ধুবুৰীত পালন 'বিশ্ব চাইকেল দিৱস'

ধুবুৰী আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখৰ পৰা এই চাইকেলৰ শোভাযাত্ৰা উলিওৱা হয় ৷ জিলা উপ আৰক্ষী অধীক্ষক তৃণয়ণ ভূঞাৰ নেতৃত্বত উলিওৱা এই চাইকেল ৰেলিয়ে ধুবুৰীৰ পৰা গৌৰীপুৰলৈ গৈ বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰি ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে ৷ লগতে আজিৰ পৰা সকলো ৰাইজক চাইকেল চলাবলৈ আহ্বান জনায় জিলা উপ আৰক্ষী অধীক্ষক গৰাকীয়ে ৷ ইপিনে এই শোভাযাত্ৰাত প্ৰায় অৰ্ধ শতাধিক লোকে অংশ গ্ৰহণ কৰে ৷

Intro: আজি বিশ্ব চাইকেল দিৱস। দেশ তথা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰীতো পালন কৰা হয় এই দিৱস।

Body: হয়, আজি বিশ্ব চাইকেল দিৱস। এই উপলক্ষে আজি পোৱা সাত মান বজাত দেশ তথা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰীতো পালন কৰা হয় এই দিৱস। ধুবুৰীৰ স্থানীয় বাইক ৰাইডাৰ্চৰ সহযোগত আৰক্ষী প্ৰশাসনৰ উদ্যোগত ধুবুৰী আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়ৰ সন্মুখৰ পৰা চাইকেল লৈ শোভাযাত্ৰা উলিওৱা হয়। জিলা উপ আৰক্ষী অধীক্ষক তৃণয়ণ ভূঞাৰ নেতৃত্বত উলিওৱা চাইকেল ৰেলিয়ে ধুবুৰীৰ পৰা গৌৰীপুৰ লৈ গৈ বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰি ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে। লগতে আজিৰ পৰা সকলো ৰাইজক চাইকেল চলাবলৈ আহ্বান জনায় জিলা উপ আৰক্ষী অধীক্ষক গৰাকীয়ে।

Conclusion: উল্লেখযোগ্য যে, এই শোভাযাত্ৰাত প্ৰায় অৰ্ধ শতাধিক লোকে অংশ গ্ৰহণ কৰে।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.