ETV Bharat / state

ইউ পি পি এল দলৰ মাজত প্ৰাৰ্থীত্বকেন্দ্ৰিক সংঘাত

বিটিচিৰ ১নং পৰ্বতঝোৰাৰ কাজিগাঁৱত ইউ পি পি এলৰ কাৰ্যালয়ত প্ৰতিবাদ ৷ প্ৰাৰ্থীত্ব কেন্দ্ৰিক সংঘাতত লিপ্ত ইউ পি পি এল দলৰ সদস্য ৷

author img

By

Published : Mar 16, 2020, 11:49 PM IST

uppl-conflict-at-dhubri
ইউ পি পি এল দলৰ মাজত প্ৰাৰ্থীত্বকেন্দ্ৰিক সংঘাত

ধুবুৰী,16 মাৰ্চঃবিটিচিৰ ১নং পৰ্বতঝোৰাৰ কাজিগাঁৱত ইউ পি পি এলৰ কাৰ্যালয়ত প্ৰতিবাদ ৷ প্ৰাৰ্থীত্ব কেন্দ্ৰিক সংঘাতত লিপ্ত ইউ পি পি এল দলৰ সদস্য ৷ বেনাৰ প'ষ্টাৰ জ্বলাই কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ দলীয় সমৰ্থকৰ৷ প্ৰাৰ্থীত্ব প্ৰত্যাশী আত্ম সমৰ্পনকাৰী এন ডি এফ বি(প্ৰগ্ৰেচিভ)ৰ সাংগাঠনিক সম্পাদক জগদিশ ব্ৰহ্মক দলে টিকট প্ৰদান নকৰা বাবে সাব্যস্ত কৰে এই প্ৰতিবাদ৷ উত্তম হাজোৱাৰীক দলীয় টিকট প্ৰদান কৰাত নিৰ্দলীয় প্ৰাৰ্থীক ভোট প্ৰদানৰ হুংকাৰ ইউ পি পি এল কৰ্মী সমৰ্থকৰ। উত্তম হাজোৱাৰীয়ে দুমুখীয়া ৰাজনীতি কৰাৰ অভিযোগ দলীয় কৰ্মীৰ ৷ সম্প্ৰতি এই ঘটনাই ইউ পি পি এল কৰ্মীৰ মাজত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

লগতে পঢ়কঃ পৰ্বতঝৰাত মনোনয়ন দাখিল কৰিলে বি পি এফ প্ৰাৰ্থী মুন মুন ব্ৰহ্মই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.