ETV Bharat / state

ধুবুৰীত উত্তপ্ত পৰিস্থিতি - প্ৰিজাইডিং বিষয়া

উত্তেজিত পলিং আৰু প্ৰিজাইডিং বিষয়া সকলে লণ্ড ভণ্ড কৰিলে ডাইনিং হলৰ আচবাব পত্ৰৰ লগতে খাদ্য সামগ্ৰী ৷

ধুবুৰীত উত্তপ্ত পৰিস্থিতি
author img

By

Published : Apr 22, 2019, 3:14 PM IST

  • ঘণ্টা জুৰি শাৰী পাতি থিয় দি থকাৰ পাচতো সময়মতে আহাৰ যোগান নোপোৱাৰ অভিযোগ ৷
  • যোগান ধৰা খাদ্য সমূহ খোৱাৰ বাবে উপযোগী নোহোৱাৰ অভিযোগ পলিং আৰু প্ৰিজাইডিং বিষয়াসকলৰ ৷
  • নিৰাপত্তাৰক্ষী সকলেও উত্থাপিত কৰে একেই অভিযোগ ৷
  • ইপিনে এই অভিযোগ খণ্ডন কৰি এই খাদ্য সামগ্ৰী সমূহ পৰি যোৱা বুলি উল্লেখ কৰে জিলা উপযুক্ত অনন্তলাল জ্ঞানীয়ে ৷

Intro: ধুবুৰীত উত্তপ্ত পৰিস্থিতি। উত্তেজিত পলিং আৰু প্ৰিজাইডিং বিষয়া সকলে লণ্ড ভণ্ড কৰিলে ডাইনিং হলৰ আচবাব পত্ৰৰ লগতে খাদ্য সামগ্ৰী।

Body: হয়, ধুবুৰীৰ ডাইনিং হলত উত্তপ্ত পৰিস্থিতি। উত্তেজিত পলিং আৰু প্ৰিজাইডিং বিষয়া সকলে লণ্ড ভণ্ড কৰিলে ডাইনিং হলৰ আচবাব পত্ৰৰ লগতে খাদ্য সামগ্ৰী। অভিযোগ মতে ঘণ্টাই ঘণ্টাই শাৰী পাতি থিয় হৈ থকাৰ পিছতো সময়মতে অহাৰ যোগান নোপোৱাৰ অভিযোগ। আনহাতে যি খাদ্য যোগান ধৰা হৈছে সেই খাদ্য খোৱাৰ বাবে উপযোগী নহয় বুলি অভিযোগ কৰি উত্তেজিত পলিং আৰু প্ৰিজাইডিং বিষয়া সকলে এইদৰে লণ্ড ভণ্ড কৰি পেলাই দিয়ে খাদ্য সামগ্ৰীৰ লগতে আচবাব পত্ৰ।

ইপিনে কেৱল পলিং আৰু প্ৰিজাইডিং বিষয়াই নহয়। নিৰাপত্তাৰক্ষী সকলেও একেই অভিযোগ উত্থাপিত কৰিছে।
যদিওঁ এই অভিযোগ সম্পূৰ্ণৰূপে খণ্ডন কৰি এই খাদ্য সামগ্ৰী সমূহ পৰি যোৱা বুলি উল্লেখ কৰে জিলা উপযুক্ত অনন্তলাল জ্ঞানীয়ে।

Conclusion: জিলা উপায়ুক্ত অনান্তলাল জ্ঞানীয়ে এই অভিযোগ খণ্ডন কৰিলেও খাদ্য যোগান দিয়াৰ নামত চৰম ভাবে প্ৰতাৰণা কৰাটো একপ্ৰকাৰ নিশ্চিত।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.