ETV Bharat / state

ধুবুৰীত বিদ্যালয়সমূহলৈ টেবলেট বিতৰণ - হেচেল্ফি ফাউণ্ডেচন

নৱ প্ৰজন্মৡ শিক্ষাৰ্থী সকলক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰতি আগ্ৰহী কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা হৈছে গুৰুত্বপূৰ্ণ পদক্ষেপ। এশ খন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীক লৈ ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত গুৰুত্বপূৰ্ণ সভা। ৰাজ্যৰ আন আন জিলাৰ লগতে ধুবুৰী জিলাৰ মুঠ এশ খন বিদ্যালয়ত দিয়া হৈছে বিশেষ টেবলেট।

হেচেল্ফি ফাউণ্ডেচনৰ ধুবুৰীত বিদ্যালয়সমূহলৈ টেবলেট বিতৰণ
author img

By

Published : Sep 7, 2019, 9:40 AM IST

ধুবুৰী,7চেপ্তেম্বৰ: ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা দপ্তৰৰ অধীনত হেচেল্ফি ফাউণ্ডেচনৰ সহযোগিতাত আজি ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় ৷ সভাত উপস্থিত থাকে ধুবুৰী জিলাৰ মুঠ এশ খন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী ৷ উক্ত সভাত প্ৰতিখন বিদ্যালয়লৈ এটাকৈ টেবলেট বিতৰণ কৰা হয় ৷ উক্ত সভাখনত টেবলেটটোৰ বিশেষত্ব সম্পৰ্কে বিতংকৈ বুজাই দিয়ে হেচেল্ফি ফাউণ্ডেচনৰ লগতে আই চি পি এছৰ দায়িত্বত থকা বিষয়া সকলে ৷ উল্লেখযোগ্য যে, ২০৩০ চনক লক্ষ্য কৰি লৈ ৰাজ্যৰ নৱ প্ৰজন্ম শিক্ষাৰ্থী সকলক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰতি আগ্ৰহী কৰাৰ উদ্দেশ্যেই এই টেবলেট বিতৰণ পদক্ষেপ হাতত লৈছে হেচেল্ফি ফাউণ্ডেচনে ৷

হেচেল্ফি ফাউণ্ডেচনৰ ধুবুৰীত বিদ্যালয়সমূহলৈ টেবলেট বিতৰণ

লগতে ইয়াৰ জৰিয়তে দেশৰ অন্য প্ৰান্তৰ শিক্ষাৰ্থী সকলৰ সৈতে সমানে মোকাবিলা কৰিবলৈ আৰু শিক্ষাৰ্থীসকলক এইক্ষেত্ৰত আগুৱাই নিয়াৰ প্ৰচেষ্টা হাতত লোৱা হৈছে ৷

Intro:নৱ প্ৰজন্ম শিক্ষাৰ্থী সকলক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰতি আগ্ৰহী কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা হৈছে গুৰুত্বপূৰ্ণ পদক্ষেপ। এশ খন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীক লৈ ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত গুৰুত্বপূৰ্ণ সভা। ৰাজ্যৰ আন আন জিলাৰ লগতে ধুবুৰী জিলাৰ মুঠ এশ খন বিদ্যালয়ত দিয়া হৈছে বিশেষ টেবলেট।

Body:

ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা দপ্তৰৰ অধীনত হেচেল্ফি ফাউণ্ডেচনৰ সহযোগিতাত আজি ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। সভাখনত জিলা খনৰ ধুবুৰী জিলাৰ মুঠ এশ খন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী উপস্থিত থাকে। উক্ত সভাত প্ৰতিখন বিদ্যালয়ৰ বাবে এখন কৈ টেবলেট বিতৰণ কৰা হয়। উল্লেখযোগ্য যে, টেবলেটটোৰ বিশেষত্ব সম্পৰ্কে বিতংকৈ বুজাই দিয়ে হেচেল্ফি ফাউণ্ডেচনৰ লগতে আই চি পি এছৰ দায়িত্বত থকা বিষয়া সকলে। উল্লেখযোগ্য যে, ২০৩০ চনক লক্ষ্য কৰি লৈ ৰাজ্যৰ নৱ প্ৰজন্ম শিক্ষাৰ্থী সকলক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰতি আগ্ৰহী কৰাৰ উদ্দেশ্যেই আজি এই টেবলেট বিতৰণ কৰা হয়। দেশৰ অন্য প্ৰান্তৰ শিক্ষাৰ্থী সকলৰ সৈতে সমানে মকাবেলা কৰাৰ দৰে ৰাজ্যৰ শিক্ষাৰ্থী সকলক আগুৱাই নিয়াৰ বাবেই এই প্ৰচেষ্টা হাতত লোৱা হৈছে বুলি জনায় হেচেল্ফি ফাউণ্ডেচনৰ বিষয়া সকলে।

Byte:- হেচেল্ফি ফাউণ্ডেচনৰ বিষয়া

Conclusion:এই অভিলাসী প্ৰকল্পটো পৰৱৰ্তী সময়ত কি পৰ্য্যায় লৈ গতি কৰে সেয়া পৰৱৰ্তী সময়তহে দেখিবলৈ পোৱা যাব।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.