- বিলাসীপাৰাৰ যান বাহন নিয়ন্ত্ৰণ শাখাৰ ASI সুনীল দাসক তাৎক্ষণিকভাৱে ৰিজাৰ্ভ ক্ল’জ (Reserve close order to ASI Sunil Das)
- গেং অৱ ডেভিলচে ৭০ বছৰীয়া বৃদ্ধা মাৰি পৈশাচিক বন্য উল্লাস কৰাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল
- গেং অৱ ডেভিলচক আটক কৰাৰ পিছতে থানাৰ পৰা যাবলৈ দিছিল সুনীল দাসে
- এই ঘটনাক লৈ বিলাসীপাৰা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জীৱ কুমাৰ দাসক ভাৰত-বাংলাদেশ সীমান্তলৈ শাস্তিমূলক বদলিকৰণ
Reserve close order to ASI: বিলাসীপাৰাৰ যান বাহন নিয়ন্ত্ৰণ শাখাৰ ASI সুনীল দাসক ৰিজাৰ্ভ ক্ল’জ - ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জীৱ কুমাৰ দাস
গেং অৱ ডেভিলচৰ ঘটনাক কেন্দ্ৰ কৰি বিলাসীপাৰাৰ যান বাহন নিয়ন্ত্ৰণ শাখাৰ ASI সুনীল দাসক ৰিজাৰ্ভ ক্ল’জ (Reserve close order to ASI Sunil Das)৷
ASI সুনীল দাসক ৰিজাৰ্ভ ক্ল’জ