ETV Bharat / state

ধুবুৰীত পুনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত

4নং ধুবুৰী লোকসভাৰ মুঠ 5টা ভোটকেন্দ্ৰত লোকসভা নিৰ্বাচন 2019ৰ পুনৰ ভোট গ্ৰহণ অনুষ্ঠিত হয় ৷

ধুবুৰীত পুনৰ ভোট গ্ৰহন
author img

By

Published : May 6, 2019, 12:41 PM IST

ধুবুৰী , 06 মে': ধুবুৰীত পুৱা সাত বজাৰ পৰা লোকসভা নিৰ্বাচন 2019ৰ ভোটগ্ৰহণ পুনৰ অনুষ্ঠিত হয় ৷ 4 নং ধুবুৰী লোকসভাৰ মুঠ 5টা ভোটকেন্দ্ৰত পুনৰ ভোট গ্ৰহণ অনুষ্ঠিত হয় ৷ ধুবুৰী লোকসভাৰ অন্তৰ্গত ধুবুৰী সমষ্টিৰ বাণী বিদ্যা মন্দিৰ এল পি স্কুল (সোঁফাল), গোলোকগঞ্জ সমষ্টিৰ নৱ ভাৰত পাঠশালা হাই স্কুল ভোটকেন্দ্ৰ , দক্ষিণ শালমাৰা সমষ্টিৰ কাঠলিপৰা এম ই মাদ্ৰাছা আৰু লাওখোৱা এল পি স্কুলৰ লগতে মানকাচৰ সমষ্টিৰ বাউসকাটা এম ই মাদ্ৰাছা (বাওঁফাল) ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হয় ৷

ETV BHARAT

Intro: ধুবুৰীত পুৱা সাত বজাৰ পৰাই অনুষ্ঠিত হৈ আছে পুনৰ ভোটগ্ৰহন। ধুবুৰী লোকসভাৰ মুঠ পাঁচটা ভোটকেন্দ্ৰত অনুষ্ঠিত হৈ আছে পুনৰ ভোট গ্ৰহণ।

Body: হয়, ধুবুৰীত পুৱা সাত বজাৰ পৰাই শান্তিপূৰ্ণ ভাবে অনুষ্ঠিত হৈ আছে পুনৰ ভোটগ্ৰহন। চাৰি নং ধুবুৰী লোকসভাৰ মুঠ পাঁচটা ভোটকেন্দ্ৰত অনুষ্ঠিত হৈ আছে পুনৰ ভোট গ্ৰহণ। ধুবুৰী লোকসভাৰ অন্তৰ্গত ধুবুৰী সমষ্টিৰ বাণী বিদ্যা মন্দিৰ এল পি স্কুল (সোঁফাল), গোলোকগঞ্জ সমষ্টিৰ নৱ ভাৰত পাঠশালা হাই স্কুল ভোটকেন্দ্ৰৰ লগতে দক্ষিণ শালমাৰা সমষ্টিৰ কাঠলিপৰা এম ই মাদ্ৰাছা আৰু লাওখোৱা এল পি স্কুলৰ লগতে মানকাচৰ সমষ্টিৰ বাউসকাটা এম ই মাদ্ৰাছা (বাওঁফাল) ভোটকেন্দ্ৰত অনুষ্ঠিত হৈ আছে পুনৰ ভোটগ্ৰহন।

Conclusion: মুঠৰ ওপৰত শান্তিপূৰ্ণ ভাবে আৰু সুকলমে অনুষ্ঠিত হৈ আছে পুনৰ ভোটগ্ৰহন।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.