ETV Bharat / state

পথৰ দুৰৱস্থাই জীয়াতু ভোগাইছে ফকিৰগঞ্জবাসীক

দীৰ্ঘ দিনে পথৰ দুৰৱস্থাই জীয়াতু ভোগাইছে ফকিৰগঞ্জৰ ৰাইজক । একমাত্ৰ ঠিকাদাৰৰ হেমাহিৰ বাবে জৰাজীৰ্ণ হৈ পৰিছে ফকিৰগঞ্জ, আমবাৰী, ৰাধুৰাম চাৰি আলিৰ নিকটবৰ্তী অন্বেশা সংযোগী পথছোৱা ।

Poor road condition in Fakirganj
ধুবুৰী
author img

By

Published : Jun 26, 2020, 1:34 PM IST

ধুবুৰী, 26 জুন : ধুবুৰী জিলাৰ অন্তৰ্গত ফকিৰগঞ্জ এটা বৃহত্তৰ বসতি প্ৰধান অঞ্চল। শিক্ষাৰ দিশৰ পৰাই হওঁক অথবা অন্য দিশেৰে এই অঞ্চলটো উন্নত যদিও স্বৰাজোত্তৰ কালৰ পৰাই অঞ্চলবাসীয়ে যাতায়তৰ নামত যমৰ যাতনা ভূগিবলগীয়া হৈছে । ৰাইজৰ এই সমস্যাৰ প্ৰতি কোনো এজন জনপ্ৰতিনিধিয়ে গুৰুত্ব নিদিয়াৰ ফলত অঞ্চলটো দিনে দিনে এলাগী হৈ পৰাৰ অভিযোগ কৰিছে ফকিৰগঞ্জবাসীয়ে ।

পথৰ দুৰৱস্থাই জীয়াতু ভোগাইছে ফকিৰগঞ্জবাসীক

লগতে পঢ়কঃ কলগাছিয়াত কৃত্ৰিম বানৰ তাণ্ডৱ

অঞ্চলবাসীৰ অভিযোগ অনুসৰি, পথটোৰ মেৰামতিৰ দায়িত্বত থকা ঠিকাদাৰৰ অৱহেলাৰ বাবেই ফকিৰগঞ্জৰ পথটোৰ এই দুৰৱস্থা । একমাত্ৰ ঠিকাদাৰৰ হেমাহিৰ বাবে জৰাজীৰ্ণ হৈ পৰিছে ফকিৰগঞ্জ, আমবাৰী, ৰাধুৰাম চাৰি আলিৰ নিকতৱৰ্তী অন্বেশা সংযোগী পথছোৱা । সেয়েহে অতিশীঘ্ৰে উক্ত পথৰ দায়িত্বত থকা ঠিকাদাৰক পথ মেৰামতি কৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজ তথা সচেতন মহলে।

লগতে পঢ়ক : মাছখোৱাত অট্টালিকাৰ পৰা জপিয়াই আত্মহননৰ চেষ্টা যুৱতীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.