ETV Bharat / state

বিলাসীপাৰা ৪৮৮ নং ভোট কেন্দ্ৰত অসুস্থ পলিং বিষয়া - Bilashipara

পৰবৰ্তী সময়ত আন এগৰাকী পলিং বিষয়া নিয়োগ কৰি উক্ত ভোট গ্ৰহণ কেন্দ্ৰটোত পুনৰ আৰম্ভ ভোটগ্ৰহণ ।

বিলাসীপাৰা ৪৮৮ নং ভোট কেন্দ্ৰত পলিং বিষয়া অসুস্থ
author img

By

Published : Apr 23, 2019, 5:41 PM IST

ধুবুৰী, ২৩ এপ্ৰিলঃ ধুবুৰী বিলাসীপাৰাৰ ৪৮৮ নং কলিয়াৰখাল প্ৰাথমিক বিদ্যালয় ভোট কেন্দ্ৰত অসুস্থ পলিং বিষয়া । পলিং বিষয়া গৰাকী বিলাসীপাৰাৰ পুৰণি বজাৰৰ আব্দুছ ছাহেদ শ্বেখ বুলি জানিব পৰা গৈছে |

বিলাসীপাৰা ৪৮৮ নং ভোট কেন্দ্ৰত পলিং বিষয়া অসুস্থ

পলিং বিষয়া গৰাকী ভোটকেন্দ্ৰটোত ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি থকাৰ মাজতে হঠাত অসুস্থ হৈ পৰে । লগে লগে বিষয়া গৰাকীক বিলাসীপাৰা চিকিৎসালয়ত ভৰ্তি কৰা হয় | উল্লেখ্য যে, উক্ত ভোট কেন্দ্ৰটোত ৰাতি পুৱা প্ৰায় দুই ঘন্টা সময় EVM বিকল হোৱাৰ বাবে পলমকৈ ভোট গ্ৰহণ আৰম্ভ হয় | যদিও পৰবৰ্তী সময়ত আন এগৰাকী পলিং বিষয়া নিয়োগ কৰি ভোটগ্ৰহণ প্ৰক্ৰিয়া অব্যাহত ৰখা হয় ৷

*Slug:Bilasipara.illness polling officer*
Date - 23/4/19
A. I - বিলাসীপাৰাৰ এটা ভোট কেন্দ্ৰত অঘটন। ৪৮৮ নং কলিয়াৰখাল প্ৰাথমিক বিদ্যালয় ভোট কেন্দ্ৰত সংঘটিত এই অঘটনৰ |কেন্দ্ৰটোত ভোট গ্ৰহণ কৰি থকা অৱস্থাত অকস্মাৎ অচেতন হৈ ঢলি পৰে এগৰাকী পলিং বিষয়া | পলিং বিষয়া গৰাকীৰ অসুস্থাতাকলৈ কেন্দ্ৰটোত সৃষ্টি হয় চাঞ্চল্যকৰ পৰিস্থিতি।
পলিং বিষয়া গৰাকী আব্দুছ ছাহেদ সেখ বুলি জানিব পৰা গৈছে | পিছত গুৰুতৰ ভাবে অসুস্থ পলিং বিষয়া গৰাকীক বিলাসীপাৰা চিকিৎসালয়ত ভৰ্তি কৰা হয় | ঘটনাৰ বাবে ভোট কেন্দ্ৰটোত সাময়িক ভাৱে কিছু সময়  ভোটদান প্ৰক্ৰিয়া স্থগিত থাকে | পৰবৰ্তী সময়ত আন এগৰাকী পলিং বিষয়া নিয়োগ কৰি ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ কৰে | উল্লেখ্য যে ভোট কেন্দ্ৰটোত ৰাতি পুৱা প্ৰায় দুই ঘন্টা সময় EVM বিকল হৈ আছিল । যাৰ বাবে প্ৰায় দুই ঘন্টা পলমকৈ ভোট গ্ৰহন প্ৰক্ৰিয়া আৰম্ভ হয় |অচেতন হৈ ঢলি পৰা পলিং বিষয় গৰাকীৰ ঘৰ বিলাসীপাৰাৰ পুৰণি বজাৰত বুলি জানিব পৰাগৈছে | পেষাত শিক্ষক পলিং বিষয়া গৰাকীৰ অচেতন হোৱা ঘটনাই কেন্দ্ৰটোত ব্যপক চাঞ্চল্যৰ সৃষ্টি কৰিছে |
Bite স্থানীয় নাগৰিক, 
পশ্চিম বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলামৰ সহযোগত
পূৱ বিলাসীপাৰা পৰা 
উদয়াদিত্য ৰয়।

ETV BHARAT ASSAM

 *Visual FTP দিছোঁ ডেক্স চাব।*
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.