ETV Bharat / state

প্ৰতীক্ষাৰ অন্তত প্ৰকাশ পাব এন আৰ চি: প্ৰস্তুতি তুংগত - NRC WILL BE PUBLISHED ON 31ST AUGUST : PREPARATIONS

বহু প্ৰতীক্ষাৰ অন্তত শনিবাৰে প্ৰকাশ পাব ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা । ইয়াক লৈ এতিয়া পূৰ্ণ প্ৰস্তুতি চলিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলাতো। শনিবাৰে পুৱা দহ বজাৰ লগে লগে অন্য জিলাৰ লগতে ধুবুৰীৰ মুঠ 136 টাকৈ এন এছ কে চেণ্টাৰত যাৱতীয় ব্যৱস্থা সম্পূৰ্ণ কৰি উলিওৱা হৈছে ।

প্ৰতীক্ষাৰ অন্তত প্ৰকাশ পাব এন আৰ চি : প্ৰস্তুতি তুংগত
author img

By

Published : Aug 30, 2019, 1:06 PM IST

ধুবুৰী, 30 আগষ্ট : বহু প্ৰতীক্ষাৰ অন্তত শনিবাৰে প্ৰকাশ পাব ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা। ইয়াক লৈ এতিয়া পূৰ্ণ প্ৰস্তুতি চলিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলাতো। শনিবাৰে পুৱা দহ বজাৰ লগে লগে অন্য জিলাৰ লগতে ধুবুৰীৰ মুঠ 136 টাকৈ এন এছ কে চেণ্টাৰত যাৱতীয় ব্যৱস্থা সম্পূৰ্ণ কৰি উলিওৱা হৈছে। ইপিনে বিগত প্ৰায় পাঁচ বছৰৰ পৰা এন আৰ চিৰ কামত নিয়োজিত হৈ থকা বিষয়া কৰ্মচাৰী সকল আনন্দিত হৈ পৰাৰ লগতে এখন শুদ্ধ এন আৰ চি প্ৰকাশ পাব বুলি আশা প্ৰকাশ কৰিছে।

প্ৰতীক্ষাৰ অন্তত প্ৰকাশ পএন আৰ চি : প্ৰস্তুতি তুংগত

তথ্য অনুসৰি,পুৱা দহ বজাত প্ৰতিখন এন এছ কে চেণ্টাৰৰ লগতে জিলা উপায়ুক্তৰ কাৰ্যালয়,চক্ৰ বিষয়াৰ কাৰ্যালয়,খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত সকলোৱে নিজৰ নাম চাব পাৰিব ৷ কোনো অসুবিধাৰ সন্মুখীন নহ'বৰ বাবে যাৱতীয় ব্যৱস্থা সম্পূৰ্ণ কৰি তুলিছে জিলা প্ৰশাসনে ৷ উল্লেখযোগ্য যে,বহু উৎকণ্ঠা আৰু প্ৰতীক্ষাৰ অন্তত প্ৰকাশ পাবলগীয়া এন আৰ চিৰ চূড়ান্ত তালিকালৈ সকলোৱে বাট চাই ৰৈছে ৷

Intro: বহু প্ৰতীক্ষাৰ অন্তত কাইলৈ প্ৰকাশ পাব ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা। ইয়াক লৈ পূৰ্ণ প্ৰস্তুতি চলিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলাত।

Body: মাজত মাথোঁ কেইটামান ঘণ্টা বাকী। কাইলৈ পুৱা দহ বজাত প্ৰকাশ পাব ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলা প্ৰশাসনৰ ফালৰ পৰা প্ৰস্তুতি সম্পন্ন কৰি তুলিছে। জিলা খনৰ মুঠ ১৩৬ খন এন এছ কে চেণ্টাৰত যাবতীয় ব্যৱস্থাপনা সম্পূৰ্ণ কৰি তোলা হৈছে। ইপিনে বিগত প্ৰায় পাঁচ বছৰৰ পৰা এন আৰ চিৰ কামত নিয়োজিত হৈ থকা বিষয়া কৰ্মচাৰী সকলে আনন্দিত হৈ পৰিছে। লগতে এখন শুদ্ধ এন আৰ চি প্ৰকাশ পাব বুলি আশা প্ৰকাশ কৰিছে।

Byte:- এন এছ কে চেণ্টাৰৰ বিষয়া কৰ্মচাৰী।

PTC

জানিব পৰা মতে কাইলৈ পুৱা দহ বজাত প্ৰতিখন এন এছ কে চেণ্টাৰৰ লগতে জিলা উপায়ুক্তৰ কাৰ্য্যালয়, চক্ৰ বিষয়াৰ কাৰ্য্যালয়, খণ্ড উন্নয়ন বিষয়াৰ কাৰ্য্যালয় আদিত ৰাইজে নিজৰ নামটো চাব পাৰিব। ৰাইজে যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য কৰি যাবতীয় ব্যৱস্থা সম্পূৰ্ণ কৰা হৈছে জিলা প্ৰশাসনৰ ফালৰ পৰা।

Conclusion:উল্লেখযোগ্য যে, বহু উৎকণ্ঠা আৰু প্ৰতীক্ষাৰ অন্তত প্ৰকাশ পাবলগীয়া এন আৰ চিৰ চূড়ান্ত তালিকালৈ সকলোৱে বাট চাই আছে।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.