ETV Bharat / state

ধুবুৰী চহৰৰ অলি গলিয়ে কেৱল দুৰ্গন্ধ!! - Municpality worker

ধুবুৰীত পৌৰসভাৰ কৰ্মচাৰীৰ প্ৰতিবাদ। অস্থায়ী চাফাই কৰ্মীৰ কৰ্ম বিৰতিৰে এই প্ৰতিবাদ। ফলত ধুবুৰী চহৰ খনত দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি।

জাৱৰ জোঁথৰৰে ভৰি পৰিছে ধুবুৰী চহৰৰ অলি গলি !
author img

By

Published : Aug 26, 2019, 3:51 PM IST

ধুবুৰী, 26 আগষ্টঃ ধুবুৰী চহৰৰ অলিয়ে গলিয়ে জাৱৰ জোথৰৰে ভৰি পৰাৰ ফলত এক দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হৈছে ৷ কিয়নো ধুবুৰী পৌৰসভাৰ প্ৰায় অৰ্ধ শতাধিক চাফাই কৰ্মচাৰীয়ে ধুবুৰী চহৰৰ মাজ মজিয়াত কৰ্ম বিৰতিৰে সাব্যস্ত কৰিছে প্ৰতিবাদ ৷

Municpality workers protest at Dhubri
জাৱৰ জোঁথৰৰে ভৰি পৰিছে ধুবুৰী চহৰৰ অলি গলি !

উল্লেখ্য যে কিছুদিন পূৰ্বে ৰবীন্দ্ৰ বাসফৰ নামৰ এজন বৃদ্ধ কৰ্মচাৰীক ধুবুৰী পৌৰসভা কৰ্তৃপক্ষই অস্থায়ী চাকৰিৰ পৰা অব্যাহতি দিয়ে ৷ যাৰ ফলত ক্ষুব্ধ হৈ পৰিছে পৌৰসভাৰ প্ৰতিজন চাফাই কৰ্মী। কাৰণ বৃদ্ধ গৰাকীক চাকৰিৰ পৰা অব্যহতি দিয়াৰ পিচত উপাৰ্জনহীন হৈ পৰিছে এটা পৰিয়াল। সেয়ে বাসফৰৰ এগৰাকী কন্যাক চাকৰি দিয়াৰ দাবীকে ধৰি আন চৰকাৰী কৰ্মচাৰীৰ দৰে পৌৰসভাৰ চাফাই কৰ্মীসকলক চৰকাৰী সুবিধা প্ৰদানৰ দাবীত চৌব্বিশ ঘন্টীয়া কৰ্ম বিৰতিৰে ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে ধুবুৰী পৌৰসভাৰ চাফাই কৰ্মী সকলে। ইপিনে বৃদ্ধ গৰাকীক চাকৰিৰ পৰা অব্যাহতি দিয়াৰ পিচত উপাৰ্জনহীন হৈ পৰা পৰিয়ালৰ শোকত বৃদ্ধ গৰাকীৰ মৃত্যু হ'লে কোন দায়ী হ'ব বা পৰিয়ালটোৰ দায়িত্ব কোনে বহন কৰিব বুলি প্ৰশ্ন উত্থাপন কৰে বৃদ্ধ বাসফৰৰ পত্নীয়ে।

Intro: ধুবুৰীত পৌৰসভাৰ কৰ্মচাৰীৰ প্ৰতিবাদ। অস্থায়ী চাফাই কৰ্মীৰ কৰ্ম বিৰতিৰে প্ৰতিবাদ। ফলত দুৰ্ঘন্ধময় পৰিৱেশৰ সৃষ্টি হৈছে ধুবুৰী চহৰত।

Body: ধুবুৰী চহৰৰ অলিয়ে গলিয়ে ভৰি পৰিছে জাৱৰ যথৰে। দুৰ্ঘন্ধময় পৰিৱেশৰ সৃষ্টি হৈছে সমগ্ৰ ধুবুৰী চহৰত। কাৰণ এই দৃশ্যলৈ মন কৰক। ধুবুৰী পৌৰসভাৰ প্ৰায় অৰ্ধ শতাধিক চাফাই কৰ্মচাৰীয়ে ধুবুৰী চহৰৰ মাজ মজিয়াত এইদৰে কৰ্ম বিৰতিৰে সাব্যস্ত কৰিছে প্ৰতিবাদ।

উল্লেখযোগ্য যে, ৰবীন্দ্ৰৰ বাসফৰ নামৰ এইজন বৃদ্ধ কৰ্মচাৰী কিছুদিন পূৰ্বে অস্থায়ী চাকৰিৰ পৰা অব্যহতি দিয়ে ধুবুৰী পৌৰসভা কৰ্তৃপক্ষই। ফলত ক্ষুব্ধ হৈ পৰিছে পৌৰসভাৰ প্ৰতিজন চাফাই কৰ্মী। কাৰণ বৃদ্ধ গৰাকীক চাকৰিৰ পৰা অব্যহতি দিয়াৰ পিছত উপাৰ্জনহীন হৈ পৰিছে এটা পৰিয়াল। সেয়ে বাসফৰৰ এগৰাকী কন্যাক চাকৰি দিয়াৰ দাবীকে ধৰি আন চৰকাৰী কৰ্মচাৰীৰ দৰে পৌৰসভাৰ চাফাই কৰ্মীক চৰকাৰী সুবিধা প্ৰদানৰ দাবীত এইদৰে চব্বিশ ঘন্টিয়া কৰ্ম বিৰতিৰে ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰিছে ধুবুৰী পৌৰসভাৰ চাফাই কৰ্মী সকলে।

Byte:- চাফাই কৰ্মী

ইপিনে বৃদ্ধ গৰাকীক চাকৰিৰ পৰা অব্যহতি দিয়াৰ পিছত উপাৰ্জনহীন হৈ পৰা পৰিয়ালৰ শোকত বৃদ্ধ গৰাকীৰ মৃত্যু হলে কোন দায়ী হব বা পৰিয়ালটোৰ দায়িত্ব কোনে বহন কৰিব বুলি প্ৰশ্ন উত্থাপন কৰে বৃদ্ধ বাসফৰৰ পত্নীয়ে।

Byte:- বাসফৰৰ পত্নী

Conclusion: উল্লেখযোগ্য যে, এই প্ৰতিবাদৰ পিছত এতিয়া ধুবুৰী পৌৰসভাই কি গুৰুত্ব প্ৰদান কৰে সেয়াই লক্ষণীয় বিষয়।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.