ETV Bharat / state

গোলকগঞ্জত আৰক্ষীৰ বৃহৎ সাফল্য - আগমণি আৰক্ষী

সোমবাৰে পুৱতি নিশা 7/8 জনীয়া ডকাইতৰ এটি দলে এগৰাকী টেম্প’ আৰোহীৰ পৰা বাট আগচি ধৰি সাত লাখ টকাৰ সামগ্ৰী লুটি লৈ যায় ৷ আগমণি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত সোমবাৰে নিশা প্ৰথমে টেম্প’খনৰ চালক ৰহীদুল হকক আটক কৰে ৷ তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিতে নিশা আৰক্ষীয়ে ঘটনাৰ লগত জড়িত আন পাঁচজন ডকাইতক কৰায়ত্ব কৰে ৷

Golakganj Police Caught six dacoit
গোলকগঞ্জত আৰক্ষীৰ বৃহৎ সাফল্য
author img

By

Published : Jan 7, 2020, 12:43 PM IST

গোলকগঞ্জ,7 জানুাৱৰীঃ গোলকগঞ্জত আগমণি আৰক্ষীৰ বৃহৎ সাফল্য ৷ ডকাইতি কাণ্ড সংঘটিত কৰাৰ 24 ঘন্টাৰ ভিতৰত আটক অপৰাধী ৷ উল্লেখ্য যে,সোমবাৰে পুৱতি নিশা 7/8 জনীয়া ডকাইতৰ এটা দলে এগৰাকী টেম্প’ আৰোহীক বাট আগচি ধৰি সাত লাখ টকাৰ সামগ্ৰী লুটি লৈ যায় ৷ আগমণি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত সোমবাৰে নিশা প্ৰথমে টেম্প’খনৰ চালক ৰহীদুল হকক আটক কৰে ৷ তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিতে নিশা আৰক্ষীয়ে ঘটনাৰ লগত জড়িত আন পাঁচজন ডকাইতক কৰায়ত্ব কৰে ৷ ডকাইত কেইজন ক্ৰমে লোহাজান গাঁৱৰ আনোৱাৰ শ্বেখ,আনোৱাৰ হুছেইন,হজৰত আলী,পশ্চিম বংগৰ জাগীৰ চিলাখানা গাঁৱৰ বানেশ্বৰ সৰকাৰ আৰু সাহজুল আলী ৷

ধৃত ডকাইতকেইজনৰ পৰা আৰক্ষীয়ে ইতিমধ্যে ব্যৱসায়ীৰ পৰা লোৱা 53 হাজাৰ টকা,দুটা ম’বাইল,কাপোৰ আৰু ডাকাইতি কামত ব্যৱহৃত দা আৰু ডেগাৰ জব্দ কৰে ৷

লগতে পঢ়ক-ঝাড়খণ্ডৰ লতিহাৰ জিলাত আটক 7 মাওবাদী

Intro:

গোলকগঞ্জৰ আগমণি আৰক্ষীৰ বৃহত্ সাফল্য | আটক কৰিব সক্ষম হয় ছয়জন ডকাইত| ডকাইতি কাণ্ড সংঘটিত কৰাৰ ২৪ ঘন্টাৰ ভিতৰতে কৰায়ত্ব|

Body:বজাৰত পূৱতি নিশা টেম্পো গাড়ীৰে বাউসেৰকুটী যাওতে বাট আগচি অস্ত্ৰ দেখুৱাই ৭/৮ জনীয়া দল এটাই নগদ সাত লাখ টকা মোবাইল কাপোৰ আদি কাঢ়ি নিয়ে| আগমনি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত কালি নিশা প্ৰথমে টেম্পো চালক ৰহীদুল হকক আটক কৰে| তেৱঁৰ স্বীকাৰোক্তিৰ ভিত্তিত যোৱা নিশাৰ ভিতৰত ঘটনাত জড়িত আন পাঁচজন ডকাইতক কৰায়ত্ব কৰে| ডকাইত কেইজন ক্ৰমে লোহাজানি গাঁওৰ আনোৱাৰ সেখ , আনোৱাৰ হুছেইন,বিদ্যাডাৱৰী গাওঁৰ দুদু সেইখ ওৰফে হজৰত আলী পশ্চিম বংগৰ জাগীৰ চিলাখানা গাঁওৰ বানেশ্বৰ সৰকাৰ, কৈমাৰী সপ্তম খণ্ড গাঁওৰ সাহাজুল আলীকে ধৰি পাচঁ জন ডকাইতক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । ধৃত ডকাইত কেইটাৰ পৰা তথা ব্যৱসায়ীৰ পৰা লোৱা ৫৩ হেজাৰ টকা, দুটা মোবাইল, মোনা, কাপোৰ , আৰু ডকাতি কামত ব্যৱহাৰ কৰা দা আৰু দেগাৰ জব্দ কৰে আৰক্ষীয়ে । ঘটনাত জড়িত টেম্পোচালক ৰহীদুল হককো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে|Conclusion:৭/৮ জনীয়া দলটোৰ আন কেইজন ডকাইত কেতিয়ালৈ গ্ৰেপ্তাৰ হয় সেয়াই লক্ষনীয়
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.