ETV Bharat / state

দিল্লীৰ "কা" বিৰোধী অসমত প্ৰৱেশৰ আশংকাত সতৰ্ক অসম আৰক্ষী - GOLAKGANJ CAA NEWS A SSAM POLICE RAID ETV BHARAT NEWS

অসমক অশান্ত কৰিবলৈ দিল্লীৰ পৰা আহিছে "কা" বিৰোধী আন্দোলনকাৰী ৷ অসম বংগ সীমান্তত ব্যাপক তালাচী ৷

দিল্লীৰ "কা" বিৰোধী অসমত প্ৰৱেশৰ আশংকাত সতৰ্ক অসম আৰক্ষী

author img

By

Published : Feb 28, 2020, 10:21 PM IST

গোলকগঞ্জ,28 ফেব্ৰুৱাৰীঃ গোলকগঞ্জৰ অসম-বংগ সীমান্তৰ ছাগলীয়াত আৰক্ষী প্ৰশাসনৰ ব্যাপক সতৰ্কতা। দিল্লীৰ "কা" বিৰোধী আন্দোলনকাৰী অসমত প্ৰৱেশৰ আশংকা ৷

দিল্লীৰ "কা" বিৰোধী অসমত প্ৰৱেশৰ আশংকাত সতৰ্ক অসম আৰক্ষী
অসম আৰক্ষীয়ে এই সম্পৰ্কত লাভ কৰা এক খবৰ অনুসৰি অসমক অগ্নিগৰ্ভ কৰিবলৈ দিল্লীৰ পৰা অসম অভিমুখে আহি আছে "কা" বিৰোধী আন্দোলনকাৰী | ১৭ জনীয়া "কা" বিৰোধী দলটো আহি আছে UP-17 -036 নম্বৰৰ এখন গাড়ীৰে ৷ অসমক অশান্ত কৰাই তেওঁলোকৰ উদ্দেশ্য | এই খবৰ লাভ কৰাৰ পিছতে বৃহস্পতিবাৰে নিশাৰে পৰা অসম বংগ সীমান্তত প্ৰশাসনে মোতায়েন কৰিছে আৰক্ষী অৰ্ধ সামৰিক বাহিনীৰ বিশাল বাহিনী | অসমত প্ৰৱেশ কৰা প্ৰতিখন গাড়ীতে চলোৱা হৈছে ব্যাপক তালাচী | কোনো এখন গাড়ী বাদ পৰা নাই তালাচীৰ পৰা | অগ্নি নিৰ্বাপক বাহিনীয়ে এম্বুলেন্সো ৰাখিছে মজুত কৰি | মুঠতে এক যুদ্ধংদেহী পৰিৱেশ বিৰাজ কৰিছে অসম বংগ সীমান্তত ৷

লগতে চাওকঃ

মহানগৰীৰ হোটেলত খাদ্য সুৰক্ষা বিভাগৰ অভিযান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.