ETV Bharat / state

গৌৰীপুৰৰ মহাজঁটোৰ নিৰ্বাচনী সভাত গৌৰৱ গগৈ - গৌৰৱ গগৈ

ধুবুৰীৰ গৌৰীপুৰত মহাজোঁটৰ বিশাল নিৰ্বাচনী সভা। মহাজোঁটৰ প্ৰাৰ্থী নিজানুৰ ৰহমানৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় গৌৰৱ গগৈ আৰু হাগ্ৰামা মহিলাৰীয়ে।

গৌৰীপুৰৰ মহাজঁটোৰ নিৰ্বাচনী সভাত গৌৰৱ গগৈ

author img

By

Published : Apr 4, 2021, 5:47 PM IST

ধুবুৰী, 4 এপ্ৰিল: ধুবুৰীৰ গৌৰীপুৰত শনিবাৰে মহাজোঁটৰ বিশাল নিৰ্বাচনী সভাত সাংসদ গৌৰৱ গগৈ, কংগ্ৰেছৰ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্য আৰু হাগ্ৰামা মহিলাৰীয়ে অংশগ্ৰহণ কৰে । গৌৰীপুৰ সমষ্টিৰ মহাজোঁটৰ প্ৰাৰ্থী নিজানুৰ ৰহমানৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় নেতা কেইগৰাকীয়ে ।

গৌৰীপুৰৰ মহাজঁটোৰ নিৰ্বাচনী সভাত গৌৰৱ গগৈ

ইপিনে সভাত সাংসদ গৌৰৱ গগৈয়ে ভাষণৰ আৰম্ভণিতেই কয়, মই আপোনালোকক ভাল খবৰ দিবলৈ আহিছো। প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ শেষ হোৱাৰ লগে লগেই মিত্ৰজঁটোৰ চৰকাৰ গঠন হৈ গ’ল আৰু দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত কেৱল সম্পূৰ্ণতা হে বাকী আছে । এতিয়া ঘৰৰ ফিনিচিঙৰ কাম হে চলি আছে । একেদৰে ঋতুৰ পৰিৱৰ্তনৰ দৰেই এতিয়া বিজেপি পিছত এইবাৰ কংগ্ৰেছ আহিব বুলিও মন্তব্য কৰে গৌৰৱ গগৈয়ে ।

লগতে বিজেপি চৰকাৰক সমালোচনা কৰি গৌৰৱ গগৈয়ে কয় যে, বিজেপি চৰকাৰৰ দিনত কি পৰিৱৰ্তন হৈছে । ধনী ব্যক্তি ধনী হোৱাৰ বিপৰীতে দুখীয়া আৰু দুখীয়া হৈছে এয়াই দেশত পৰিৱৰ্তন হৈছে বুলি বিজেপি চৰকাৰ কটু সমালোচনা কৰা দেখা যায় ৷

লগতে পঢ়কঃ কৃষি খণ্ডলৈ আশাৰ বতৰা কঢ়িয়াইছে মেৰাপানীৰ এজন কৃষকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.