ETV Bharat / state

বিলাসীপাৰাত পুনৰ চলিল প্ৰশাসনৰ বুল ডজাৰ

চাপৰ চক্ৰ বিষয়াই নৱজিৎ পাঠকে জানিবলৈ দিয়া অনুসৰি পূৰ্বেই ব্যৱসায়ী সকলক এই বিষয়ে সকীয়াই দিয়া হৈছিল ৷ কিন্তু পুনৰ ব্যৱসায়ীসকলে অবৈধ ভাৱে মুকলি কৰাত প্ৰশাসনে উচ্ছেদ অভিযান আৰম্ভ কৰে ৷

author img

By

Published : Jun 15, 2019, 5:48 PM IST

ETV BHARAT

বিলাসীপাৰা,15 জুন : বিলাসীপাৰাত পুনৰ চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান | শনিবাৰে বিলাসীপাৰাৰ চিৰাকুটা,ভাংগাপুল বজাৰৰ প্ৰায় 30-40 খন দোকান উচ্ছেদ কৰে প্ৰশাসনে | বজাৰ খনত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ চৰকাৰী মাটিত থকা দোকান পোহাৰসমূহ উচ্ছেদ কৰে প্ৰশাসনে |

Intro:SLUGG:BILASIPARA.EVICTION.
DATE- 15/1/19
ANCHOR - বিলাসীপাৰাত পুনৰ চলিল প্ৰশাসনৰ বুল ডজাৰ | শনিবাৰে বিলাসীপাৰাৰ চিৰাকুটা,ভাংগাপুল বজাৰত এইবাৰ চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান | বজাৰ খনত ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিত খাচ মাটিত থকা দোকান পোহাৰ উচ্ছেদ প্ৰশাসনৰ | খাচ মাটিত থকা প্ৰায় ৩০/৪০ টা দোকান পোহাৰ ভাঙি চুৰমাৰ কৰে। এই ঘটনাই অঞ্চলজুৰি সৃষ্টি কৰিছে এক হাহাকাৰ পৰিস্থিতিৰ |Body:V.O - আজি বিলাসীপাৰাৰ মহকুমাৰ অন্তৰ্গত চাপৰ চক্ৰৰ চিৰাকুটা,ভাংগাপুল বজাৰত প্ৰশাসনৰ উচ্ছেদ অভিযানে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে | এই অঞ্চলৰ সৰু বজাৰ খনত প্ৰশাসনে উচ্ছেদ অভিযান চলাই আজি প্ৰায় ৩০/৪০ খন ব্যৱসায়ীক প্ৰতিষ্ঠান দোকান পোহাৰ আদি উচ্ছেদ কৰে | এনে বেদখল কাৰী সকলৰ বিৰুদ্ধেও পৰ্যায় ক্ৰমে উচ্ছেদ অভিযান চলাই বেদখল মুক্ত কৰি দিয়া হব | আনহাতে চাপৰ চক্ৰ বিষয়াই নবজিৎ পাঠকে জানিবলৈ দিয়ে পুনৰ খাচ মাটিত অবৈধ বাবে দোকান পোহাৰ তুলিলে সিহতৰ বিৰুদ্ধে আইনগত ব্যবস্থা লোৱা হ'ব।Conclusion:Bite - . ৰাজহ চক্ৰ বিষয়া

পশ্চিম বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলাম,
এটিভি ভাৰত আছাম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.