ETV Bharat / state

ধুবুৰীত আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস পালন

author img

By

Published : Jun 27, 2020, 12:09 AM IST

জিলা আৰক্ষী প্ৰশাসন আৰু বিবেকালামৰ যৌথ উদ্যোগত পালন কৰা হয় ড্ৰাগছ বিৰোধী দিৱস ৷ ড্ৰাগছ বিৰোধী দিৱস উপলক্ষে ধুবুৰীৰ গ্ৰীন নাৰ্ছাৰী বিদ্যালয়ত আজি অনুষ্ঠিত হয় ড্ৰাগছ বিৰোধী স্বাক্ষৰ অভিযান ৷

durgs international  day celebration dhuburi
ধুবুৰীত আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস পালন

ধুবুৰী,26জুনঃ সমগ্ৰ দেশৰ লগতে ধুবুৰীতো আজি আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস পালন কৰা হয়। ড্ৰাগছ বিৰোধী দিৱস উপলক্ষে স্বাক্ষৰ অভিযান কাৰ্যসূচী অনুষ্ঠিত হয় ধুবুৰীত। ধুবুৰী জিলা আৰক্ষী প্ৰশাসন আৰু বিবেকালাম নামৰ সামাজিক সংগঠনৰ যৌথ প্ৰচেষ্টাত ধুবুৰীৰ গ্ৰীন নাৰ্ছাৰী বিদ্যালয়ত আজি অনুষ্ঠিত হয় ড্ৰাগছ বিৰোধী স্বাক্ষৰ অভিযান।

অনুষ্ঠানত উপস্থিত থাকে ধুবুৰী জিলা উপ আৰক্ষী অধীক্ষক তৃণয়ন ভূঞা, সমাজ সেৱক সিমূল চৰকাৰ, ধুবুৰী সাহিত্য সভাৰ সম্পাদক তথা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উপ সভাপতি হেমেন চক্ৰৱৰ্তী, "বিবেকালাম" ৰ সভানেত্ৰী মফিদা বেগম, চনু মাহতো আদি কৰি বিশিষ্ট নাগৰিক আৰু একাংশ সংবাদকৰ্মী অংশ গ্ৰহণ কৰি স্বাক্ষৰ প্ৰদান কৰে। অনুষ্ঠিত হোৱা সভাখনত সভাপতিত্ব কৰে হেমেন চক্ৰৱৰ্তীয়ে । ধুবুৰী আৰক্ষী আৰু বিবেকালামৰ এনে পদক্ষেপক শলাগ লৈছে সচেতন মহলে।

লগতে পঢ়কঃ চাঞ্চল্যকৰ : একেডাল ৰচীৰে চিপ লৈ আত্মহত্যা যুৱক যুৱতীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.