ETV Bharat / state

নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে সাজু ধুবুৰী জিলা আৰক্ষী প্ৰশাসন - নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহন

সকলো ভোটকেন্দ্ৰ সাধাৰণ ভোটকেন্দ্ৰ হিচাপে লৈ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে বুলি জনায় জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰূপম হাজৰিকাই ৷

নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে সাজু ধুবুৰী জিলা আৰক্ষী প্ৰশাসন
author img

By

Published : Apr 22, 2019, 11:46 AM IST

ধুবুৰী, 22 এপ্ৰিলঃ 23 এপ্ৰিলত ধুবুৰীৰ স'তে মুঠ 3টা সমষ্টিত অনুষ্ঠিত হ'ব ভোট গ্ৰহণ প্ৰক্ৰিয়া ৷ ধুবুৰী লোকসভা সমষ্টিৰ মুঠ 2450 টা ভোটকেন্দ্ৰৰ নিৰাপত্তাৰ ক্ষেত্ৰত কোনো ধৰণৰ সুৰুঙা ৰখা নাই ধুবুৰী জিলা আৰক্ষী প্ৰশাসনে ৷ এই সন্দৰ্ভত চাওক ধুবুৰীৰ পৰা আমাৰ সাংবাদিক চাহানুৰ ইছলামৰ এক প্ৰতিবেদন ৷

নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে সাজু ধুবুৰী জিলা আৰক্ষী প্ৰশাসন

ধুবুৰী, 22 এপ্ৰিলঃ 23 এপ্ৰিলত ধুবুৰীৰ স'তে মুঠ 3টা সমষ্টিত অনুষ্ঠিত হ'ব ভোট গ্ৰহণ প্ৰক্ৰিয়া ৷ ধুবুৰী লোকসভা সমষ্টিৰ মুঠ 2450 টা ভোটকেন্দ্ৰৰ নিৰাপত্তাৰ ক্ষেত্ৰত কোনো ধৰণৰ সুৰুঙা ৰখা নাই ধুবুৰী জিলা আৰক্ষী প্ৰশাসনে ৷ এই সন্দৰ্ভত চাওক ধুবুৰীৰ পৰা আমাৰ সাংবাদিক চাহানুৰ ইছলামৰ এক প্ৰতিবেদন ৷

নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে সাজু ধুবুৰী জিলা আৰক্ষী প্ৰশাসন
Intro: ভোটকেন্দ্ৰৰ নিৰাপত্তাৰ ক্ষেত্ৰত ত্ৰুটি ৰখা নাই ধুবুৰী জিলা আৰক্ষী প্ৰশাসনে।


Body: ধুবুৰী লোকসভা সমষ্টিৰ মুঠ ২৪৫০ টা ভোটকেন্দ্ৰৰ নিৰাপত্তাৰ ক্ষেত্ৰত কোনো ধৰণৰ ত্ৰুটি ৰখা নাই আৰক্ষী প্ৰশাসনে। পূৰ্বে স্পৰ্শকাতৰ আৰু অতি স্পৰ্শকাতৰ ভোট কেন্দ্ৰ হিচাপে এইবেলি কোনো ভোটকেন্দ্ৰ নথকাৰ বিপৰীতে সকলো ভোটকেন্দ্ৰ সাধাৰণ ভোটকেন্দ্ৰ হিচাপে লৈ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে বুলি দাবী কৰিছে জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰূপম হাজৰিকাই।


Conclusion: ধুবুৰীৰ পৰা সাহানুৰ ইছলাম ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.