ETV Bharat / state

চাপৰৰ ধীৰবিলত এৰি দিয়া হ'ল ৬৪ হেজাৰ ৰৌ, কাতল আৰু ভকুৱা মাছৰ পোনা

প্ৰধানমন্ত্ৰী আত্মনিৰ্ভৰশীল আচঁনিৰ অধীনত ঐতিহ্যমণ্ডিত বিলখনত এৰি দিয়া হয় মাছৰ পোনা । উক্ত কাৰ্যসূচীত উপস্থিত থাকে অসম মীন উন্নয়ন নিগমৰ উপাধ্যক্ষ নৱ কুমাৰ বৈশ্য।

east Bilahipara
ধীৰবিল
author img

By

Published : Jun 18, 2020, 12:18 PM IST

পূৱ বিলাসীপাৰা, 18 জুনঃ ৰাজ্যৰ মীনপালকসকলক উৎসাহিত কৰাৰ এক প্ৰচেষ্টা হাতত লৈছে অসম চৰকাৰে । মৎস উৎপাদনৰ জৰিয়তে ৰাইজক স্বাৱলম্বী কৰাৰ উদ্দেশ্যে মীন বিভাগে গ্ৰহণ কৰিছে এই পদক্ষেপ । পশ্চিম অসমৰ ঐতিহ্যমণ্ডিত চক্ৰশীলা অভয়াৰণ্যৰ পাদদেশত অৱস্থিত পূৱ বিলাসীপাৰাৰ চাপৰৰ ধীৰবিলত এৰি দিয়া হয় ৬৪ হেজাৰ ৰৌ, কাতল আৰু ভকুৱা মাছ । প্ৰধানমন্ত্ৰী আত্মনিৰ্ভৰশীল আচঁনিৰ অধীনত ঐতিহ্যমণ্ডিত বিলখনত এৰি দিয়া হয় মাছৰ পোনা । উক্ত কাৰ্যসূচীত উপস্থিত থাকে অসম মীন উন্নয়ন নিগমৰ উপাধ্যক্ষ নৱ কুমাৰ বৈশ্য । উক্ত কাৰ্য্যসূচীৰ মাজতে মীন বিভাগৰ উপাধ্যক্ষগৰাকীয়ে অঞ্চলটোৰ মাছমৰীয়া সকলৰ মাজত চেনিটাইজাৰ বিতৰণ কৰা পৰিলক্ষিত হয় ।

পূৱ বিলাসীপাৰা

লগতে পঢ়কঃ হোজাইত দলবদ্ধ ধৰ্ষন আৰু হত্যাৰ গোচৰত এজনক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.