ETV Bharat / state

ধুবুৰীত তুংগত উঠিছে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী সভা - third phase

ধুবুৰীৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী নুৰুল ইছলামে ঠাইয়ে ঠাইয়ে চলাইছে নিৰ্বাচনী প্ৰচাৰ

ধুবুৰীত তুংগত উঠিছে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী সভা
author img

By

Published : Apr 16, 2019, 1:30 PM IST

ধুবুৰী,১৬ এপ্ৰিলঃ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ আৰু কেইটামান দিন বাকী। সকলো প্ৰাৰ্থী ব্যস্ত এতিয়া নিৰ্বাচনী প্ৰচাৰত। ধুবুৰীতো তীব্ৰতৰ হৈ উঠিছে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী নুৰুল ইছলাম চৌধুৰীৰ প্ৰচাৰ অভিযান। ধুবুৰীৰ ঠাইয়ে ঠাইয়ে গৈ প্ৰচাৰ অভিযান চলাইছে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীজনে। প্ৰাৰ্থীগৰাকীৰ হৈ কিছুদিন পূৰ্বে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা অগ্নি কন্যা মমতা বেনাৰ্জীয়ে ধুবুৰীত নিৰ্বাচনী প্ৰচাৰ চলাই যোৱাৰ পাছতেই এইবাৰ নিজৰ জনমত গঠনৰ বাবে ঠায়ে ঠায়ে চলাই আছে নিৰ্বাচনী সভা।

ধুবুৰীত তুংগত উঠিছে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী সভা

সোমবাৰে মানকাচৰত প্ৰাৰ্থী গৰাকীয়ে দলে বলে আয়োজন কৰে নিৰ্বাচন সভা। ইফালে উক্ত সভাত ৰাইজৰ উপস্থিতি সেৰেঙা আছিল যদিও সভাস্থলীত বিজেপি কংগ্ৰেছ এ আই ইউ ডি এফ সকলো দলকে এফালৰ পৰা সমালোচনা কৰে প্ৰাৰ্থীগৰাকীয়ে ।

ধুবুৰীত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ প্ৰচাৰ অভিযান

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ  আৰু মাত্ৰ কেইটামান দিন বাকী। ইতিমধ্যে ধুবুৰীত নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। ধুবুৰী লোকসভা নিৰ্বাচনক লৈ কি আজমাল, কি জাবেদ, কি আবু তাহেৰ বেপাৰী, কি ব্যতিক্ৰম প্ৰাৰ্থী শুকুৰ আলি। তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী নুৰুল ইছলাম চৌধুৰীও বহি থকা নাই নিৰ্বাচনী প্ৰচাৰৰ বাবে। প্ৰাৰ্থী গৰাকীৰ হৈ কিছুদিন পূৰ্বে পশ্চিম বংগৰ মুখ্য মন্ত্ৰী তথা অগ্নি কন্যা মমতা বেনাৰ্জী ধুবুৰীত নিৰ্বাচনী প্ৰচাৰ চলাই যোৱাৰ পাছতেই এইবাৰ নিজৰ জনমত গঠনৰ বাবে ঠায়ে ঠায়ে চলাই আছে নিৰ্বাচনী সভা। 

যোৱা কালি অৰ্থাৎ সোমবাৰে দলটোৰ প্ৰাৰ্থী নূৰুল ইছলাম উপস্থিত হয় মানকাচৰত। প্ৰাৰ্থী গৰাকীয়ে দলে বলে নিৰ্বাচনী সভাৰ আয়োজন কৰে যদিও সভাখনত দেখা পোৱা নগল ৰাইজৰ সঁহাৰি। পিছে যিয়েই নহক। সভাখনৰ তেওঁ এফালৰ পৰা সমালোচনা কৰি গল। কি বিজেপি, কি কংগ্ৰেছ, আজমলকো এৰি নিদিলে প্ৰাৰ্থী গৰাকী। 

প্ৰাৰ্থী গৰাকীৰ মতে আকৌ বিজেপি শাসনলৈ আহিলে গণতন্ত্ৰৰ নিয়ম নীতি মোহাৰি নিৰ্বাচনী ব্যৱস্থা উঠাই দি মোদী হব ৰাষ্ট্ৰপতি। কেৱল এয়াই নহয়, আজমল এজন আঁতৰৰ ব্যৱসায়ী। তেওঁ নিজৰ ব্যৱসায় উন্নয়নৰ বাবেহে ৰাজনীতি কৰে। সমষ্টি উন্নয়ন কৰাৰ নজিৰ নাই আজমলৰ।

SLUG: 
A_GHY_802_16APRIL_TMC_CANDIDATE_CAMPAINING_VIS+BITE_S_KHAN

FEED : FTP
SCRIPT : MAIL
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.