ETV Bharat / state

ধুবুৰীত চুইট একুৱা নামৰ বিশুদ্ধ খোৱাপানীৰ প্ৰকল্প স্থাপন - sweet aqua mineral water project

ধুবুৰীত খৰ্গ প্ৰজেক্ট প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানটোৱে আৰম্ভ কৰিছে চুইট একুৱা নামৰ এক বিশুদ্ধ খোৱাপানীৰ প্ৰকল্প ৷ ৰাইজক বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ উদ্দেশ্যেৰে এই প্ৰকল্পটো স্থাপন কৰিছে প্ৰতিষ্ঠানটোৱে ৷

As_dhb_sweet-aqua-mineral-water-project_vis_as10041
ধুবুৰীত চুইট একুৱা নামৰ বিশুদ্ধ খোৱাপানীৰ প্ৰকল্প স্থাপন
author img

By

Published : Jan 18, 2021, 4:51 PM IST

ধুবুৰী,18 জানুৱাৰী : ধুবুৰীত খৰ্গ প্ৰজেক্ট প্ৰাইভেট লিমিটেডৰ প্ৰশংসনীয় পদক্ষেপ ৷ গৌৰীপুৰৰ খুদীমাৰিত সোমবাৰৰ পৰা আৰম্ভ কৰা হ’ল চুইট একুৱা নামৰ বিশুদ্ধ খোৱাপানীৰ প্ৰকল্প ৷ অত্যাধুনিক সা-সৰঞ্জামেৰে বিশুদ্ধ খোৱাপানী প্ৰস্তুত কৰি বটলত পেকেটিং কৰি বজাৰত মুকলি কৰাৰ পৰিকল্পনা কৰিছে খৰ্গ প্ৰজেক্ট প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোৱে ৷ এই প্ৰকল্পটোত সম্প্ৰতি জিলাখনৰ শতাধিক নিবনুৱা যুৱক-যুৱতীক কৰ্ম সংস্থাপন প্ৰদান কৰা হৈছে ৷

ধুবুৰীত চুইট একুৱা নামৰ বিশুদ্ধ খোৱাপানীৰ প্ৰকল্প স্থাপন

সোমবাৰে এই প্ৰকল্পৰ শুভাৰম্ভ কৰি অনাগত দিনটো ৰাইজক বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ আশ্বাস প্ৰদান কৰে প্ৰতিষ্ঠানটোৰ বিষয়ববীয়া সকলে ৷ পৰৱৰ্তী সময়ত এই প্ৰকল্পক আৰু উন্নত পৰ্যায়লৈ নি আৰু অধিক লোকক কৰ্মসংস্থাপন প্ৰদান কৰা হ’ব বুলি জনায় বিষয়ববীয়াসকলে ৷ প্ৰতিষ্ঠানটোৰ এই পদক্ষেপে জিলাখনৰ নিৱনুৱা যুৱক-যুৱতীসকলক উৎসাহিত কৰি তুলিছে ৷

As_dhb_sweet-aqua-mineral-water-project_vis_as10041
ধুবুৰীত চুইট একুৱা নামৰ বিশুদ্ধ খোৱাপানীৰ প্ৰকল্প স্থাপন

লগতে পঢ়ক-নগাঁও আৰক্ষীৰ জালত চাৰিজনকৈ ভুৱা স্বাস্থ্য বিষয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.