ETV Bharat / state

চাপৰত কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ

author img

By

Published : Mar 8, 2021, 12:34 PM IST

২৭ নং পূৱ বিলাসীপাৰা সমষ্টিটো কংগ্ৰেছৰ দুৰ্গ হিচাপে জনা যায় ৷ কিন্তু এইবাৰ মিত্ৰদল হিচাপে AIUDF ক সমষ্টিটো এৰি দিয়াৰ বাবে ক্ষোভিত হৈ পৰিছে সমষ্টিটোৰ কংগ্ৰেছ কৰ্মীসকল ৷

As_BLP_chapar-congress-workers-protest_vis_ASC10022
পূৱ বিলাসীপাৰা AIUDF ক এৰি দিয়াক লৈ চাপৰত কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ

ধুবুৰী,8 মাৰ্চ: মহা সংকটৰ সন্মুখীন হৈছে চাপৰৰ ৰাজীৱ ভৱন ৷ পূৱ বিলাসীপাৰাত কংগ্ৰেছৰ মিত্ৰদল এআইইউডিএফ-ৰ প্ৰাৰ্থীক কেন্দ্ৰ কৰি সৃষ্টি হৈছে এই সমস্যা ৷ উল্লেখ্য যে, ২৭ নং পূৱ বিলাসীপাৰা সমষ্টিটো কংগ্ৰেছৰ দুৰ্গ হিচাপে জনা যায় ৷ কিন্তু এইবাৰ মিত্ৰদল হিচাপে AIUDF ক সমষ্টিটো এৰি দিয়াৰ বাবে ক্ষোভিত হৈ পৰিছে সমষ্টিটোৰ কংগ্ৰেছ কৰ্মীসকল ৷

যাৰ বাবে ৰাজীৱ ভৱনত কংগ্ৰেছ কৰ্মীসকলে তীব্ৰ প্ৰতিবাদ কৰাৰ উপৰিও বিভিন্ন সা-সম্পত্তি বিনষ্ট কৰে ৷ বিলাসীপাৰা পূৱৰ কংগ্ৰেছ কৰ্মীসকলে সাংবাদিকৰ আগত ক্ষোভ প্ৰকাশ কৰি যদিহে সমষ্টিটো পুনৰ কংগ্ৰেছক এৰি দিয়া নহয়, তেন্তে ১৩ খন গাঁও পঞ্চায়ত আৰু ২ খনকৈ আঞ্চলিক পঞ্চায়তৰ সহস্ৰাধিক কংগ্ৰেছ কৰ্মীয়ে সমূহীয়াভাৱে পদত্যাগ কৰিবলৈ বাধ্য হ’ব বুলি একপ্ৰকাৰ হুংকাৰ প্ৰদান কৰে ৷

লগতে পঢ়ক- ডিমৌত নিৰ্বাচনী হিংসা: গুৰুতৰভাৱে আহত কংগ্ৰেছ কৰ্মী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.