ETV Bharat / state

পূৱ বিলাসীপাৰাৰ চাপৰৰ বহলপুৰত উদ্ধাৰ বয়সীয়াল বাংলাদেশী নাগৰিক - বাংলাদেশী নাগৰিক

উল্লেখ্য যে ধুবুৰী জিলাৰ ভাৰত-বাংলা সীমান্তত কটকটীয়া নিৰাপত্তা থকাৰ পিচতো কেনেদৰে এজন অবৈধ বাংলাদেশী নাগৰিকে ভাৰতত প্ৰৱেশ কৰিলে তাকে লৈ ৰহস্যৰ সৃষ্টি হৈছে ৷

পূৱ বিলাসীপাৰাৰ চাপৰৰ বহলপুৰত উদ্ধাৰ বয়সীয়াল বাংলাদেশী নাগৰিক
author img

By

Published : May 7, 2019, 7:28 PM IST

বিলাসীপাৰা, 7 মেঃ পূৱ বিলাসীপাৰাৰ চাপৰৰ বহলপুৰত মঙলবাৰে উদ্ধাৰ হয় এজন বয়সীয়াল বাংলাদেশী নাগৰিক । জানিব পৰা মতে পথভ্ৰষ্ট হৈ ভাৰতত প্ৰৱেশ কৰে আব্দুল গণি নামৰ নাগৰিকজন। পৰৱৰ্তী সময়ত বাংলাদেশৰ নেত্ৰকণাৰ লোকজনক ৰাইজ তথা ছাত্ৰ সন্থাই গতাই দিয়ে চাপৰ আৰক্ষীক।

পূৱ বিলাসীপাৰাৰ চাপৰৰ বহলপুৰত উদ্ধাৰ বয়সীয়াল বাংলাদেশী নাগৰিক

আনহাতে লোকজনৰ ভাৰতত প্ৰৱেশক লৈ ছাত্ৰ সন্থাৰ নেতাসকলে কয় যে ধুবুৰী জিলাৰ ভাৰত-বাংলা সীমান্তত কটকটীয়া নিৰাপত্তা থকাৰ পিচতো কেনেদৰে এজন অবৈধ বাংলাদেশী নাগৰিকে ভাৰতত প্ৰৱেশ কৰিলে তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে ৷

Intro:পূৱ বিলাসীপাৰাৰ চাপৰৰ বহলপুৰত বাংলাদেশী বৃদ্ধ উদ্ধাৰBody:বিলাসীপাৰা পূৱ :

পূৱ বিলাসীপাৰাৰ চাপৰৰ বহলপুৰত মঙ্গলবাৰে উদ্ধাৰ হয় এজন বাংলাদেশী বৃদ্ধ।পদভ্ৰষ্ট হৈ ভাৰতত প্ৰৱেশ কৰে বৃদ্ধজন।বৃদ্ধজনৰ নাম আব্দুল গণি বুলি জানিব পৰা গৈছে।বাংলাদেশৰ নেত্ৰকণাত ঘৰ বৃদ্ধজন।বৃদ্ধজনক ৰাইজ তথা ছাত্ৰ সন্থাই গতাই দিলে চাপৰ আৰক্ষীক।Conclusion:ইফালে ছাত্ৰ সন্থাৰ নেতৃত্বত ই কয় যে ধুবুৰী জিলাৰ ভাৰত-বাংলা সীমান্তত কটকটীয়া নিৰাপত্তা থকাৰ পিছতো কেনেকৈ এজন অবৈধ বাংলাদেশী ভাৰতত প্ৰৱেশ কৰিলে সেয়া হে লক্ষণীয় হৈ পৰিছে।------- IN BYTE 2 AASU LEADER

BYTE : 1. ABDUL GONI
2. AASU LEADER

FROM UDAYADITYA ROY, BILASIPARA EAST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.