ETV Bharat / state

চাপৰত আটক দুই ড্ৰাগছ ব্যৱসায়ী

author img

By

Published : May 6, 2021, 10:01 AM IST

চাপৰৰ খুটাপাৰাত ৰাইজে আৰক্ষীৰ সহযোগত আটক দুই ড্ৰাগছ ব্যৱসায়িক ৷ জব্দ কৰে ৪ টা ড্ৰাগছৰ কন্টেইনাইৰ, নিষিদ্ধ নিচা জাতীয় টেবলেট সহ এখন ১৫০ পালচাৰ বাইক ৷

চাপৰত আটক দুই ড্ৰাগছ ব্যৱসায়ি
চাপৰত আটক দুই ড্ৰাগছ ব্যৱসায়ি

পূৱ বিলাসীপাৰা, 6মে’: মিনি লোক ডাউনৰ সুযোগ লৈ চাপৰত ড্ৰাগছৰ ৰমৰমীয়া বেহা । পূৱ বিলাসীপাৰাৰ চাপৰৰ খুটাপাৰাত ৰাইজে আৰক্ষীৰ সহযোগত আটক কৰে দুই ড্ৰাগছ ব্যৱসায়িক । ধৃত ড্ৰাগছ ব্যৱসায়ী দুজনৰ নাম হৈছে ক্ৰমে মিনাৰ হুছেইন আৰু আবুল কালাম আজাদ ।

চাপৰত আটক দুই ড্ৰাগছ ব্যৱসায়ী
চাপৰত আটক দুই ড্ৰাগছ ব্যৱসায়ী

আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়িক কেইজনৰ পৰা জব্দ কৰে ৪ টা ড্ৰাগছৰ কন্টেইনাইৰ, নিষিদ্ধ নিচা জাতীয় টেবলেট সহ এখন ১৫০ পালচাৰ বাইক ৷ বাইক খনৰ নম্বৰ AS 17K 5986 । প্ৰাপ্ত তথ্য অনুসৰি, পিছত আৰক্ষীয়ে দুই ড্ৰাগছ ব্যৱসায়িক আটক কৰি চাপৰ থানালৈ নি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: হোজাইতো নতুন চৰকাৰী নিৰ্দেশনা পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.