ETV Bharat / state

আমছুৰ উদ্যোগত কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা

কাজাইকাটা হাইস্কুল প্ৰাংগণত বৃহস্পতিবাৰে সদ্য ঘোষিত উচ্চ,উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ 29 গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় । শিক্ষাৰ্থীসকলক ফুলাম গামোচা, মানপত্ৰ, কিতাপৰ টোপোলাৰ লগতে আৰ্থিক ভাৱে দুৰ্বল পৰিয়ালৰ  10 গৰাকী শিক্ষাৰ্থীলৈ এককালীন আৰ্থিক সাহাৰ্য 5000 টকাকৈ দিয়া হয়।

author img

By

Published : May 30, 2019, 1:38 PM IST

BILASIPARA

বিলাসীপাৰা ,30 মে': বিলাসীপাৰা জিলা আমছুৰ উদ্যোগত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা৷ আৰ্থিকভাৱে দুৰ্বল দহগৰাকী শিক্ষাৰ্থীলৈ এককালীন আৰ্থিক সাহাৰ্য হিচাপে 5000 টকাকৈ অনুদান ৷

আমছুৰ উদ্যোগত কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা

কাজাইকাটা হাইস্কুল প্ৰাংগণত বৃহস্পতিবাৰে সদ্য ঘোষিত উচ্চ,উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ 29 গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় । শিক্ষাৰ্থীসকলক ফুলাম গামোচা, মানপত্ৰ, কিতাপৰ টোপোলাৰ লগতে আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ 10 গৰাকী শিক্ষাৰ্থীলৈ এককালীন আৰ্থিক সাহাৰ্য হিচাপে 5000 টকাকৈ দিয়া হয়। আৰ্থিক অনুদান আগৱঢ়োৱা হয় আমছুৰ সভাপতি আব্দুল ওহাব মন্ডলৰ আৰু সভাপতি কাজাইকাটা-ছুৱাপাতা গাঁও পঞ্চায়ত মাননীয় হৰমূজ আলীৰ সহযোগত ।অনুষ্ঠানটোত বিলাসীপাৰা জিলা আমছুৰ লগতে সভাত বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে ৷

Intro:A.I. বিলাসীপাৰা জিলা আমছুৰ উদ্যোগত কাজাইকাটা হাইস্কুল প্রাঙ্গণত সদ্য ঘোষিত উচ্চ,উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ২৯ গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা।
Body:V.O:- বিলাসীপাৰা জিলা আমছুৰ উদ্যোগত বৃহস্পতিবাৰে কাজাইকাটা হাইস্কুল প্রাঙ্গণত সদ্য ঘোষিত উচ্চ, আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীর্ণ হোৱা বিলাসীপাৰা অঞ্চলৰ মূঠ ২৯ গৰাকী ছাত্র ছাত্রীক সম্বর্ধনা জনোৱা হয়।ছাত্র ছাত্রীসকলক ফুলাম গামোচা, মানপত্ৰ, কিতাপৰ টোপলাৰ লগতে অতিকৈ দুখীয়া পৰিয়ালৰ পৰা মুঠ ১০ গৰাকী ছাত্র ছাত্রীক এককালীন আৰ্থিক সাহায্য হিচাপে ৫০০০ টকাকে অনুদান দিয়া হয়।আৰ্থিক অনুদানConclusion:আৰ্থিক অনুদান আগৱঢ়োবা আমছুৰ সভাপতি আব্দুল ওহাব মন্ডল ৰ সহযোগত মাননীয় হৰমূজ আলী সভাপতি কাজাইকাটা-ছুৱাপাতা গাঁও পঞ্চায়ত।বিলাসীপাৰা জিলা আমছুৰ লগতে সভাত বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

পশ্চিম বিলাসীপাৰাৰ
পৰা আমিনুৰ ইছলাম
Etv Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.